গুৱাহাটী,9এপ্ৰিলঃ লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা দিন । নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে ৰাজ্যৰ প্ৰশাসন ৷ নিৰ্বাচনৰ পূৰ্বে আৰক্ষী তথা প্ৰশাসন সষ্টম হৈ থকাৰ সময়তে ৰাজ্যত সংঘটিত হৈছে বিভিন্ন কূটাঘাট মূলক ঘটনা । ৰাজ্যৰ বিভিন্ন জিলাত সৰ্বমুঠ নগদ ধন উদ্ধাৰ হৈছে - ৯,৩২,২৫,১০১ টকা ৷ সুৰা জব্দ হৈছে ১,৪২,৯৭৫.১৭ লিটাৰ, যাৰ বজাৰ মূল্য প্ৰায় - ১,৩১,০৮,৫৩৯ টকা ৷ ইপিনে মুঠ গোচৰ ৰুজু হৈছে ৬০০ টা ৷
নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যৰ প্ৰশাসন - লোকসভা নিৰ্বাচন
১১ এপ্ৰিল তাৰিখে প্ৰথম পৰ্যায়ৰ ৫টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত ৪১জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব । যাৰ বাবে ইতিমধ্যে ৫টা সমষ্টিতে ৯,৫৭৪ টা পুলিং ষ্টেচন সাজু কৰা হৈছে ।
নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যৰ প্ৰশাসন
গুৱাহাটী,9এপ্ৰিলঃ লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা দিন । নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে ৰাজ্যৰ প্ৰশাসন ৷ নিৰ্বাচনৰ পূৰ্বে আৰক্ষী তথা প্ৰশাসন সষ্টম হৈ থকাৰ সময়তে ৰাজ্যত সংঘটিত হৈছে বিভিন্ন কূটাঘাট মূলক ঘটনা । ৰাজ্যৰ বিভিন্ন জিলাত সৰ্বমুঠ নগদ ধন উদ্ধাৰ হৈছে - ৯,৩২,২৫,১০১ টকা ৷ সুৰা জব্দ হৈছে ১,৪২,৯৭৫.১৭ লিটাৰ, যাৰ বজাৰ মূল্য প্ৰায় - ১,৩১,০৮,৫৩৯ টকা ৷ ইপিনে মুঠ গোচৰ ৰুজু হৈছে ৬০০ টা ৷
A_GHY_9APR_802_ election overall_ SPECIAL_VIS_BYT_AKASH
লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা দিন । নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত সংঘটিত হৈছে বিভিন্ন কুটাঘাটক মূলক ঘটনা । ৰাজ্যৰ বিভিন্ন জিলাত সৰ্বমুঠ
Gfx নগদ ধন উদ্ধাৰ হৈছে - ৯,৩২,২৫,১০১ টকা
Gfx সুৰা জব্দ হৈছে ১,৪২,৯৭৫.১৭ লিটাৰ
যাৰ বজাৰ মূল্য হৈছে - ১,৩১,০৮,৫৩৯ টকা
Gfx মুঠ গোচৰ ৰুজু - ৬০০ টা
Voice- আনহাতে নিৰ্বাচন আয়োগে এই লোকসভা নিৰ্বাচনত
Gfx- স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰিছে - ৪৬৭৯ টা ভোটকেন্দ্ৰ
Gfx অতি স্পৰ্শকাতৰ ভোট কেন্দ্ৰ হৈছে- ৬৮০ টা
Gfx নিৰ্বাচনী আচৰণ বিধি পৰ্যবেক্ষকৰ দল - ৩৫৩ টা
Gfx প্ৰচাৰ নিৰীক্ষন দল - ৬০৩ টা
Gfx মডেল পুলিং ষ্টেচন - ৩১৫ টা
Gfx মহিলা ভোট কেন্দ্ৰ - ৪৫২ টা
Gfx সৰ্বমুঠ ফ্লাইং স্কোৱাড- ৩৯৩
Gfx এই নিৰ্বাচনত " D " ভোটাৰৰ সংখ্যা - ১,১৩,৭৩৮ গৰাকী
Voice- লগতে এই নিৰ্বাচনত তিনিটা পৰ্যায়ৰ পৰ্যবেক্ষক নিয়োগ কৰা হৈছে -
Gfx জেনেৰেল অবজাৰভাৰ - ১৭ জন
Gfx এক্সপেণ্ডেচাৰ অবজাৰভাৰ - ১৪ জন
Gfx পুলিচ অবজাৰভাৰ - ৭ জন
Voice- আনহাতে এই নিৰ্বাচনত অসমৰ বয়োজেষ্ঠ ভোট দাতা হ'ল মঙ্গলদৈ সমষ্টিৰ
Gfx মনোৱাৰা বেগম - ১২২ বছৰ বয়স
Gfx কোকৰাঝাৰ সমষ্টিৰ - জগত কলিতা -১২২ বছৰ
Voice- প্ৰথম পৰ্যায়ৰ ৫ টা সমষ্টিত অনুষ্ঠিত হব লগা নিৰ্বাচনত ৪১ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব ।
Voice- ১১ তাৰিখৰ নিৰ্বাচনৰ বাবে ৫ টা সমষ্টিত ৯,৫৭৪ পুলিং ষ্টেচন সাজু কৰা হৈছে ।