ETV Bharat / elections

ডুমডুমাত ভোটকেন্দ্ৰত দীঘলীয়া শাৰী

ডুমডুমাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ, ভোটকেন্দ্ৰত উপস্থিত অগণন জনতা

author img

By

Published : Apr 11, 2019, 8:11 AM IST

লখিমপুৰৰ ডুমডুমাত ভোটকেন্দ্ৰত দীঘলীয়া শাৰী

ডুমডুমা, 11 এপ্ৰিল : ৰাজ্যত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ইতিমধ্যেই পুৱাৰে পৰা অসমৰ 5 টাকৈ সমষ্টিত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ এই ভোট গ্ৰহণ প্ৰক্ৰিয়াত নিজৰ ভোটধিকাৰ সাব্যস্ত কৰিবলৈ সমষ্টিকেইটাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত উপস্থিত হৈছে জনসাধাৰণ ৷ অন্য সমষ্টিৰ দৰে 14নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ডুমডুমা বিধানসভা সমষ্টিৰ ভোটকেন্দ্ৰসমূহতো পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী ।

Intro:Doomdooma Breaking

আজি ৰাজ্যত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । পুৱাৰে পৰা বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰৰ শাৰী পৰিলক্ষিত হৈছে । ১৪ নং লক্ষিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ডুমডুমা বিধানসভা সমষ্টিৰ ভোটকেন্দ্ৰসমূহতো পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী ।Body:Doomdooma Breaking

আজি ৰাজ্যত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । পুৱাৰে পৰা বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰৰ শাৰী পৰিলক্ষিত হৈছে । ১৪ নং লক্ষিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ডুমডুমা বিধানসভা সমষ্টিৰ ভোটকেন্দ্ৰসমূহতো পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী ।Conclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.