ETV Bharat / elections

অমিত শ্বাহক চেলেঞ্জ তৰুণ গগৈৰ

বৰপেটাত বহৰিত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চেলেঞ্জ অমিত শ্বাহক , সভাত হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ বিৰুদ্ধে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

author img

By

Published : Apr 18, 2019, 9:16 PM IST

Updated : Apr 19, 2019, 8:08 AM IST

অমিত শ্বাহক চেলেঞ্জ তৰুন গগৈৰ

বৰপেটা,১৮ এপ্ৰিল : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চেলেঞ্জ অমিত শ্বাহক । বৃহস্পতিবাৰে বৰপেটাৰ বহৰিত অনুষ্ঠিত হোৱা এখন হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অমিত শ্বাহক চেলেঞ্জ কৰি কয়, "যদি এন.আৰ.চিৰ পৰা দহ লাখ প্ৰকৃত বিদেশী বাদ পৰে তেন্তে ৰাজনীতিৰ পৰা মই সন্যাস লম" ।

আনহাতে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক ৰাজনীতি কৰি থকা বুলি মন্তব্য কৰি হিমন্তই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগত থকা সময়ত কোনো সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিবলৈ সক্ষম হোৱা নাছিল বুলি মত প্ৰকাশ কৰে ।

অমিত শ্বাহক চেলেঞ্জ তৰুন গগৈৰ

সভাত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক ফেটীসাপৰ লগত তুলনা কৰি দুয়োজন নেতাকে বিষ খুৱাই মাৰি পেলাব লাগে বুলি মন্তব্য কৰে । ইপিনে হিমন্তই আজমলক গাখীৰ,কল আৰু আজমলে হিমন্তক খেজুৰ,বিৰিয়ানি খুৱাই ৰাজনীতি কৰি থকা বুলি মন্তব্য কৰে তৰুণ গগৈয়ে ।

Slug:     A_BAR_18APR_809TO 811_CONG_CAMPAIGN_TARUN_GOGOI_SPEECH+VIS+PHOTO_BAPKAN_DAS.                               
বৰপেটাৰ বহৰিত তৰুণ গগৈৰ নিৰ্বাচনী সমাবেশঃ 
অসমত এনআৰচিৰ পৰা দহ লাখ প্ৰকৃত বিদেশী বাদ পৰিলেও ৰাজনীতিৰ পৰা সন্যাস লব বুলি অমিত শ্বীহক চেলেঞ্জ তৰুন গগৈৰ ৷

বৰপেটা, ১৮ এপ্ৰিলঃ বৰপেটাৰ বহৰিত আজি বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ নিৰ্বাচনী জনসভা এখনত অংশগ্ৰহন কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈয়ে ৷ জনসভাখনত অংশগ্ৰহন কৰি তৰুণ গগৈৰ চেলেঞ্জ অমিত শ্বাহক ৷ এনআৰচিৰ পৰা ৪০ লাখ নহয়, দহ লাখ প্ৰকৃত বিদেশীৰ নাম বাদ পৰিলেও ৰাজনীতিৰ পৰা সন্যাস লব ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈয়ে ৷ ৰাজ্যখনত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আদমলে সামিপ্ৰদায়িক ৰাজনীতি আৰম্ভ কৰাৰ কথা উল্লেখ কৰি হিমন্তই তৰুন গগৈৰ লগত থকাৰ সময়ত এনে সাম্প্ৰদায়িক মনিতব্য কৰাৰ সাহস পোৱা নাচিল বুলিও মন্তব্য কৰে ৷ হিমন্ত আৰু আজমলক বিষধৰ ফেটীসাপ বুলি অভিহিত কৰি বিষ খুৱাই হলেও দুয়োকে মাৰি পেলাব লাগিব বুলি মন্তব্য কৰে ৷ আনহাতে হিমনিতই আজমলক গাখীৰ কল আৰু আজমলে হিমন্তক খেজুৰ খুৱাই সাম্প্ৰদায়িক ৰাজনীতি কৰি থকা বুলি কয় ৷ দুয়ো ৰাতি ৰাতি লগ হয় বুলিও মন্তব্য কৰে গগৈয়ে ৷ আনহাতে বৰপেটাৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাস বিজেপিতকৈয়ো বেচি ভয়ংকৰ বুলি উল্লেখ কৰে ৷ অগপক কৌৰৱ পক্ষ বুলি মন্তব্য কৰি এইবাৰ বৰপেটাত আব্দুল খালেকৰ জয় নিশ্চিত বুলি দাবী কৰে ৷ 

বাপকন দাস, বৰপেটা

ফুটেজ আৰু স্পীচ্ছ ftpত পঠোৱা হৈছে ৷
Last Updated : Apr 19, 2019, 8:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.