ETV Bharat / elections

কৰিমগঞ্জৰ পাথাৰকান্দিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ - KRIPANATH MALLAH

কৰিমগঞ্জৰ পাথাৰকান্দিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Apr 15, 2019, 11:13 PM IST

কৰিমগঞ্জ, 15 এপ্ৰিলঃ আজি কৰিমগঞ্জত কৃপানাথ মাল্লাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোমোৱালে । সমষ্টিটোৰ অন্তৰ্গত কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ কেইবাখনো জনসভাত অংশ লোৱাৰ কথা আছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু পুৱাৰ ভাগত বতৰে বিধি-পথালি ঘটায়। 9 বজাত প্ৰচণ্ড ধুমুহাত ক্ষতিসাধন কৰে কেইবাখনো সভাৰ মঞ্চৰ । বাতিল কৰিব লগা হয় প্ৰায় আধাসংখ্যক সভাৰ কাৰ্যসূচী ।

কৰিমগঞ্জৰ পাথাৰকান্দিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ
আনহাতে পাথাৰকান্দি সমষ্টিত সভা হোৱাৰ কথা আছিল দিনৰ 12 বজাত ৷ বতৰ বেয়া হোৱাৰ বাবে 12 বজাৰ সলনি মুখ্যমন্ত্ৰী আহি পায় দিনৰ তিনি বজাত । সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰী নিজৰ ভাষণ প্ৰসংগত কংগ্ৰেছক নিজৰ আক্ৰমণৰ লক্ষ্য হিচাপে বাচি লয় । কংগ্ৰেছে বিগত 60 বছৰত দুৰ্নীতিহে কৰিলে বুলি কয় তেওঁ । বিজেপি চৰকাৰ অহাৰ পিছত বৰাক উপত্যকাৰ যাতায়তৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন হৈছে বুলিএ মন্তব্য কৰে তেওঁ । বৰাকৰ প্ৰতিগৰাকী নাগৰিকৰ নিৰাপত্তাৰ দায়িত্ব বিজেপি ৰ বুলিও কয় । নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰাৰ বাবে বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ আবেদন জনালে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Intro:কৰিমগঞ্জৰ পাথাৰকান্দিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰBody:Slug.Cm at patharkandi.

আজি কৰিমগঞ্জত কৃপানাথ মাল্লাহৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোয়ালয়ে।সমষ্টিটোৰ অন্তৰ্গত কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ কেইবাটাও জনসভাত অংশ লোৱাৰ কথা আছিল মুখ্যমন্ত্ৰীৰ কিন্তু পোৱাৰ ভাগত বতৰে ঘটালে বিধিপতালি ।নবজাত প্ৰচণ্ড ধুমুহাত ক্ষতিসাধন কৰে কেইবাটাও সভামঞ্চৰ।বাতিল কৰিব লগা হয় প্ৰায় আধা কাৰ্যসূচী।কৰিমগঞ্জ জিলাতো বাতিল হল কেইবাটাও জনসভা।আনহাতে পাথাৰকান্দি সমষ্টিত সভা হোৱাৰ কথা আছিল দিনৰ 12 বজাত বতৰ বেয়া হোৱাৰ বাবে 12 বজাৰ সলনি মুখ্যমন্ত্ৰী আহি পালে দিনৰ তিনি বজাত।আনহাতে মুখ্যমন্ত্ৰীৰ জনসভাত দিনৰ 11 বজাৰ পৰা আছিল জনতাৰ লক্ষণীয় ভিৰ।সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰী নিজৰ ভাষণ প্ৰসংগত কংগ্ৰেছক নিজৰ আক্ৰমণৰ লক্ষ্য হিচাপে বাচি লয়।কলে,কংগ্ৰেছে বিগত 60 বছৰত দুৰ্নীতিহে কৰিলে।বিজেপি চৰকাৰ অহাৰ পিছত বৰাক উপত্যকাৰ যাতায়তৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন হৈছে।বৰাকৰ প্ৰতিগৰাকী নাগৰিকৰ নিৰাপত্তাৰ দায়িত্ব আমাৰ।নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰাৰ বাবে বিজেপি প্ৰাৰ্থীক ভোট দিয়াৰ আবেদন জনালে মুখ্যমন্ত্ৰী গৰাকীয়ে।
Conclusion:আজি প্ৰাৰ্থী বিহীন প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী গৰাকীয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.