ETV Bharat / elections

আব্দুল খালেক জয়ী হ'লে নিজ পৰিয়ালৰ পৰা দিব নেকি উপ-নিৰ্বাচনৰ প্ৰাৰ্থীত্ব ?

বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি তেওঁৰ পৰিয়ালৰ পৰা উপ-নিৰ্বাচনৰ বাবে কোনো প্ৰাৰ্থীত্বৰ দায়িত্ব নাপাই বুলি মন্তব্য কৰে

author img

By

Published : Apr 6, 2019, 7:38 PM IST

নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ আব্দুল খালেকৰ

বৰপেটা, ৬ এপ্ৰিলঃ ''খালেকৰ পৰিয়ালৰ পৰা কোনো উপ-নিৰ্বাচনৰ প্ৰাৰ্থী নহয়''-এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ । শনিবাৰে বামুণটাৰী বি এড কলেজ চৌহদত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক উপস্থিত হয়। দীৰ্ঘদিন ধৰি খালেক জয়ী হ'লে তেওঁৰ পৰিয়ালৰ পৰা উপ-নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচিত কৰা হ'ব বুলি প্ৰচাৰ চলি অহাৰ সময়তে বৰপেটা সভাত খালেকে স্পষ্ট ভাৱে প্ৰকাশ কৰে যে তেওঁৰ পৰিয়ালৰ পৰা কোনো উপ-নিৰ্বাচনৰ প্ৰাৰ্থী নহয় ।

আনহাতে, ধিংৰ বিধায়ক আমিনুল ইছলামে আব্দুল খালেকক ব্লেক মেইল কৰি আছে বুলিও সভাত মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে । ইফালে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত খালেকে কয় যে, অভিমুন্যক যিদৰে চক্ৰবেহুত পেলাই ঘেৰি ধৰিছিল ঠিক তেনেদৰে, এ আই ইউ ডি এফৰ নেতা-কৰ্মীয়ে বিভিন্ন অপপ্ৰচাৰেৰে খালেকক ঘেৰি ধৰিছে । এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামে মিছা কথাৰ আশ্ৰয় লোৱাৰ বাবেই বিধানসভা নিৰ্বাচনত ৩০ হেজাৰ ভোটত পৰাজয় হৈছে আৰু যিমান মিছা কথা ক'ব সিমান ভোট কম পাব বুলি মন্তব্য কৰাৰ উপৰিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ সমাজ জীৱনৰ বাবে ভয়ংকৰ বুলিও মন্তব্য কৰে খালেকে ।

Slug: A_BAR_6APR_810TO813_BARPETA_CONG_CANDIDATE_ABDUL_KHALEQUE_MEETING_VIS+BITE_BAPKAN_DAS

লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ এখন নিৰ্বাচনী সভাত প্ৰধান্য পাইছে উপ-নিৰ্বাচনৰ প্ৰসংগ।

বৰপেটা ৬ এপ্ৰিল:  লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ এখন নিৰ্বাচনী সভাত প্ৰধান্য পাইছে উপ-নিৰ্বাচনৰ প্ৰসংগ। জনীয়াৰ বিধায়ক তথা বৰপেটা লোক সভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ পৰিয়ালৰ পৰা নহয় উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী। ধিংৰ বিধায়ক আমিনুল ইছলামে আব্দুল খালেকক কৰি আছে ব্লেক মেইল।

বৰপেটা লোকসভাৰ অন্তৰ্গত জনীয়া সমষ্টিৰ বামুণটাৰী বি এড কলেজ চৌহদত অনুষ্ঠিত হয় কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ এখন নিৰ্বাচনী সভা। এই সভাত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই প্ৰধান্য পায় জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰসংগ। বৰপেটা লোকসভাৰ পৰা আব্দুল খালেক জয়ী হলে খালেকৰ পৰিয়ালৰ পৰাই জনীয়াৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হব বুলি প্ৰচাৰ চলি থকাৰ সময়তে তেওঁৰ পৰিয়ালৰ পৰা উপ-নৰ্বাচনৰ বাবে প্ৰাৰ্থী নহয় বুলি আজি বৰপেটাৰ প্ৰাৰ্থী আব্দুল খালেকে স্পষ্ট কৰে। ইফালে সাংবাদীকৰে হোৱা সাক্ষাৎকাৰত কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে কয় যে, অভিমুন্য আৰু কাৰবালাৰ হুছেইনক যিদৰে শত্ৰুপক্ষই চক্ৰবেহুত পেলাই ঘেৰি ধৰিছিলে ঠিক তেনেদৰে  এ আই ইউ ডি এফৰ নেতা-কৰ্মীয়ে বিভিন্ন অপপ্ৰচাৰেৰে খালেকক ঘেৰি ধৰিছে বুলি মন্তব্য কৰে। লগতে ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে তেওঁক ব্লেক মেইলিং কৰি থকা বুলিও উল্লেখ কৰে। ইফালে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল  ইছলামে মিছা কথাৰ আশ্ৰয় লোৱাৰ বাবেই বিধান সভা নির্বাচিনত ৩০ হেজাৰ ভোটত পৰাজয় হৈছে আৰু যিমান মিছা কথা কব সিমান ভোট কম পাব বুলি মন্তব্য কৰাৰ উপৰিও মন্ত্রী হিমন্ত বিশ্ব শৰ্মা অসমৰ সমাজ জীৱনৰ বাবে ভয়ংকৰ বুলিও উল্লেখ কৰে। এই সভাত জনতা গাঁও পঞ্চায়তৰ এ আই ইউ ডি এফৰ দলীয় সভাপতি আৰু সম্পাদকে কংগ্ৰেছ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

বাইট: আব্দুল খালেক।                                                                 
--- বাপকন দাস, বৰপেটা                                                          
 ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.