বৰমা,২৩ এপ্ৰিলঃ পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ চাৰিটা সমষ্টিত আৰম্ভ হ'ল তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। বৰমা সমষ্টিৰ এটা ভোটগ্ৰহণ প্ৰক্ৰিয়াত দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ। বৰমা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰটোত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে ভোটদান সাব্যস্ত কৰিবলৈ আশা কৰ্মীসকলে বিভিন্নধৰণৰ সা-সুবিধাৰ ব্যৱস্থা কৰিলে। যাৰ দ্বাৰা বয়োজেষ্ঠ লোকৰ পৰা আৰম্ভ কৰি বিশেষভাৱে সক্ষম লোকসকলে এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিলে।
বৰমা ভোটগ্ৰহণ কেন্দ্ৰত বিশেষভাৱে সক্ষম লোকৰ বাবে সু-ব্যৱস্থা - আশাকৰ্মী
বৰমা সমষ্টিৰ এটা ভোটগ্ৰহণ প্ৰক্ৰিয়াত ব্যতিক্ৰমী পৰিৱেশ
![বৰমা ভোটগ্ৰহণ কেন্দ্ৰত বিশেষভাৱে সক্ষম লোকৰ বাবে সু-ব্যৱস্থা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3082227-thumbnail-3x2-votejpg.jpg?imwidth=3840)
বিশেষভাৱে সক্ষম লোকৰ বাবে সু-ব্যৱস্থা
বৰমা,২৩ এপ্ৰিলঃ পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ চাৰিটা সমষ্টিত আৰম্ভ হ'ল তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। বৰমা সমষ্টিৰ এটা ভোটগ্ৰহণ প্ৰক্ৰিয়াত দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ। বৰমা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰটোত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে ভোটদান সাব্যস্ত কৰিবলৈ আশা কৰ্মীসকলে বিভিন্নধৰণৰ সা-সুবিধাৰ ব্যৱস্থা কৰিলে। যাৰ দ্বাৰা বয়োজেষ্ঠ লোকৰ পৰা আৰম্ভ কৰি বিশেষভাৱে সক্ষম লোকসকলে এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিলে।
বিশেষভাৱে সক্ষম লোকৰ বাবে সু-ব্যৱস্থা
বিশেষভাৱে সক্ষম লোকৰ বাবে সু-ব্যৱস্থা
Intro:বৰমা সমষ্টিত বাধাগ্ৰস্ত লোকৰ বাবে সুবেৱস্থাBody:বৰমা, ২৩ এপ্ৰিলঃ
বৰমা সমষ্টিত এই মুহুৰ্তত শান্তিপূৰ্ণ ভাবে ভোটদান চলি আছে ৷ ভোটাৰ সকলৰ সুবিধাৰ বাবে আশা কৰ্মী, আইচডিয়াচ কৰ্মী সকলে সু-বেৱস্থা কৰি দিছে ৷ বৃদ্ধ, বাধাগ্ৰস্ত লোকৰ বাবে বিশেষ ব্যৱস্থা কৰিছে ৷ সমষ্টিটোত ভোটাৰৰ দেখা গৈছে, কোনো ঠাইৰ পৰা কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা এই মুহুৰ্তত সংঘটিত হোৱা নাই ৷
বৰমাৰ পৰা দিলীপ বড়ো ৷ Conclusion:বৰমা সমষ্টিত ভোটাৰৰ উৎসাহ দেখিবলৈ পোৱা গৈছে ৷ এই মুহুৰ্তলৈ ভোট কেন্দ্ৰ বোৰত লানি নিচিগা সোত ৷