ETV Bharat / elections

ৰঞ্জিত দত্ত, শ্বাহৰুখ খান নে আমিৰ খান: ভাস্কৰ দাহাল

author img

By

Published : Apr 5, 2019, 3:23 AM IST

ৰঞ্জিত দত্তই তেজপুৰ লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে জাঙুৰ খাই উঠিল অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ ভাস্কৰ দাহাল ৷

ETV BHARAT

তেজপুৰ, 5 এপ্ৰিলঃ আগন্তক লোকসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত এতিয়া ৰাজনীতিত মৌখিক আক্ৰমণ আৰু প্ৰত্যাক্ৰমনৰ জোৱাৰ ৷ ৰাজনৈতিক দলসমূহৰ মাজত বাক-বিতণ্ডা চলি থকাৰ মাজতেই বৃহস্পতিবাৰে তেজপুৰত জাৰ্ণালিষ্ট ইউনিয়নৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ ভাস্কৰ দাহালে ৷

উক্ত সংবাদমেলতে মন্ত্ৰী ৰঞ্জিত দত্তই তেজপুৰ লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখপাত্ৰগৰাকীয়ে ৷ তেওঁ কয় যে, ‘‘ৰঞ্জিত দত্তই নিজকে শ্বাহৰুখ খান, আমিৰ বুলি ভাবিছে নেকি যে লোকৰ চেহেৰাৰ বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰিছে ৷’’ লগতে ৰঞ্জিত দত্তই বেলেগৰ চাৰ্টিফিকেট দিবলৈ অধিকাৰ কোনে দিলে বুলিও প্ৰশ্ন কৰে ভাস্কৰ দাহালে ৷

ৰঞ্জিত দত্ত, শ্বাহৰুখ খান নে আমিৰ খান- প্ৰশ্ন ভাস্কৰ দাহালৰ

শেহতীয়াকৈ, ৰঞ্জিত দত্তই তেজপুৰ লোকসভা সমষ্টিক কংগ্ৰেছ প্ৰেক্ষাপিত প্ৰাৰ্থী এম জি ভি কে ভানুক দক্ষিণ ভাৰতৰ চিনেমাৰ ভিলেইন বুলি কটাক্ষ কৰিছিল ৷ তাৰ প্ৰত্যোত্তৰত বৃহস্পতিবাৰে শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়নৰ সভাকক্ষত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ ভাস্কৰ দাহালে এইদৰে প্ৰকাশ কৰে ৷ লগতে ৰঞ্জিত দত্তই কৰা মন্তব্যক তীব্ৰ গৰিহণা দি নিজৰ চেহেৰাটোও এবাৰ আইনাৰ আগত চাই আহক বুলিও নিন্দা কৰে ৰঞ্জিত দত্তক ৷

Intro:তেজপুৰ,৪এপ্ৰিল : প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ ভাস্কৰ দাহালে আজি তেজপুৰত শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়নৰ সভাকক্ষত অসমৰ খিলঞ্জীয়া ৰ স্বাৰ্থত কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দি জয় কৰাবলৈ আহ্বান জনায়।

Body:মন্ত্ৰী ৰঞ্জিত দত্তৰ তেজপুৰ লোক সভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৰ বিৰুদ্ধে কৰা মন্তব্যক প্রতিবাদ জনাই কয় যে দত্ত ই বেলেগ ৰ certificat দিবলৈ অধিকাৰ কোনে দিলে বুলি প্ৰশ্ন কৰে । তেওঁ পুনৰ কয় যে ৰঞ্জিত দত্তই নিজকে চাহৰুক খান, আমিৰ বুলি ভাবিছে নেকি যে লোকৰ চেহেৰাৰ বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰিছে যে। উল্লেখযোগ্য যে দত্তই ভানুক দক্ষিণ ভাৰতৰ চিনেমাৰ ভিলেইন বুলি অভিহিত কৰিছিল নিৰ্বাচনী সভাত ।দাহলে পুনৰ কয় যে মন্ত্ৰী দত্তই নিজৰ চেহেৰাটো এবাৰ আইনত চাই লওঁক ।
দাহল পূৰ্বে সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ দায়িত্বত আছিল ।

Conclusion:প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম
তেজপুৰ।
৪/৪/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.