ETV Bharat / elections

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰকাশৰ পাচতেই ধুবুৰীত আবু তাহেৰ বেপাৰীৰ প্ৰতিক্ৰিয়া

অসমৰ ৰাইজৰ আৱেগ অনুভূতিক গছকি, 855 গৰাকী শ্বহীদক অসন্মান কৰি বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ পক্ষত থিয় দিয়া কাৰ্যক অসমৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে

ধুবুৰীত আবু তাহেৰ বেপাৰীৰ প্ৰতিক্ৰিয়া
author img

By

Published : Apr 8, 2019, 10:14 PM IST

ধুবুৰী, 8 এপ্ৰিল : বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা বিষয় উল্লেখ হোৱাৰ পাচতেই সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । অসমৰ ৰাইজৰ আৱেগ অনুভূতিক গছকি, 855 গৰাকী শ্বহীদক অসন্মান কৰি বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়়কখনৰ পক্ষত থিয় দিয়া কাৰ্যক অসমৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে ৷ আনহাতে, এসময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰ লগত মিত্ৰতা ভংগ কৰা অগপ চৰকাৰৰ ওপৰত ৰাইজে ইতিমধ্যে আস্থা হেৰুৱাইছে । তেনেস্থলত সোমবাৰে বিজেপি দলে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত পুনৰ ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰাৰ কথা উল্লেখ কৰা প্ৰসঙ্গই জনমানসত অসম গণ পৰিষদৰ গ্ৰহণযোগ্যতা একেৰাবে নোহোৱা কৰিব বুলিও মন্তব্য কৰে বিধায়ক আবু তাহেৰ বেপাৰীয়ে ।

ধুবুৰী, 8 এপ্ৰিল :  বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা বিষয় উল্লেখ হোৱাৰ পাচতেই সৰ্বত্ৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । অসমৰ ৰাইজৰ আৱেগ অনুভূতিক গছকি, 855 গৰাকী শ্বহীদক অসন্মান কৰি বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়়কখনৰ পক্ষত থিয় দিয়া কাৰ্যক অসমৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য  ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে ৷  

.য়...........................
SLUG- A_DHB_801_803_08APRIL_CONG_REACTION_ON_CAB_VIS+BYTE_SHAHANUR

     oc/vo:- বিজেপিৰ নিৰ্বাচনী ইস্তেহাৰৰ পিছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। নাগৰিকত্ব সংশোধনী বিধেয়কখনক সন্নিৱিষ্ট কৰাক লৈ ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰতিক্ৰিয়া। উল্লেখযোগ্য যে, কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। "অসমৰ ৰাইজৰ আৱেগ অনুভূতিক গছকি, ৮৫৫ গৰাকী শ্বহীদক অসন্মান কৰি বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়়কখনৰ পক্ষত থিয় দিয়া কাৰ্যক অসমৰ ৰাইজে, অসমীয়া ৰাইজে ভাল প্ৰত্যুত্বৰ দিব৷" বিজেপিৰ নিৰ্বাচনী ইস্তেহাৰত পুনৰ চৰকাৰ গঠন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়কখন অনাৰ  বিষয়টো লৈ এইদৰেই ধুবুৰী লোকসভা আসনখনৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ ইফালে নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ বিৰোধিতা কৰিলেও অগপই পুনৰ উভতি গৈ বিধেয়কখনৰ সপক্ষত থকা বুলি নিজৰ নিৰ্বাচনী ইস্তেহাৰত প্ৰকাশ কৰা স্বত্বেও বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ বিষয়টোৱে  দলটোৰ স্বাৰ্থপৰতা ৰাইজে বুজি পাইছে বুলিও মন্তৱ্য কৰা পোৱা যায় বেপাৰীয়ে৷ লগতে কংগ্ৰেছৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগম আৰু যুৱ কংগ্ৰেচীয়ে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বিপৰীতে তীব্ৰ সালোচনা কৰিলে বিজেপিক।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.