নিউজ ডেস্ক, 19 মেঃ দেশৰ সাতখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত চলি আছে সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ সপ্তম পৰ্যায়ৰ নিৰ্বাচনত পশ্চিমবংগকে ধৰি বিহাৰত সংঘটিত হয় ব্যাপক হিংসা ৷
বিহাৰৰ পাটনাত এটি ভোটগ্ৰহণ কেন্দ্ৰত সাংবাদিকক আক্ৰমণ কৰে তেজ প্ৰতাপ যাদৱৰ ব্যক্তিগত সুৰক্ষাকৰ্মীয়ে ৷ এগৰাকী ফটো সাংবাদিকৰ ভৰিৰ ওপৰেৰে গাড়ী চলাই নিয়াৰ নিয়াৰ লগতে বেয়াকৈ মাৰপিট কৰে তেজ প্ৰতাপ যাদৱৰ সুৰক্ষাকৰ্মীয়ে ৷ আনহাতে এই সমগ্ৰ ঘটনা অস্বীকাৰ কৰে তেজ প্ৰতাপ যাদৱে ৷