ETV Bharat / elections

ঝাৰখণ্ডৰ দুখন ৰাজ্যসভা আসনৰ বাবে তিনি প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন প্ৰত্র - সিবু চৰণ

JMM সভাপতি শিবু চোৰেণ,কংগ্ৰেছ প্ৰাৰ্থী ছাহজাহাদ আনোৱাৰ,বিজেপিৰ ৰাজ্যিক সভাপতি দিপক প্ৰকাশে ঝাৰণ্ডৰ দুখন ৰাজ্যসভা আসনৰ বাবে বৃহস্পতিবাৰে মনোনয়ন প্ৰত্র দাখিল কৰিব ।

3-candidates-including-shibu-soren-in-fray-for-2-rajya-sabha-seats-in-jharkhand
ঝাৰখণ্ডৰ দুখন ৰাজ্যসভা আশনৰ বাবে তিনি জন প্রার্থী
author img

By

Published : Jun 10, 2020, 7:10 PM IST

নিউজ ডেস্ক,১০ জুনঃ ঝাৰখণ্ডত ৰাজ্যসভাৰ বাবে তিনিজন প্ৰাৰ্থী ক্ৰমে জে এম এমৰ সভাপতি শিবু চোৰেণৰ সৈতে আৰু দুজন প্ৰাৰ্থীয়ে ঝাৰখণ্ডত থকা দুখন ৰাজ্যসভাৰ আসনৰ বাবে মনোনয়ন দাখিল কৰে ১৯ জুনত হ'বলগীয়া নিৰ্বাচনৰ বাবে।

3-candidates-including-shibu-soren-in-fray-for-2-rajya-sabha-seats-in-jharkhand
3-candidates-including-shibu-soren-in-fray-for-2-rajya-sabha-seats-in-jharkhand

ইপিনে চোৰেণ,কংগ্ৰছৰ প্ৰাৰ্থী ছাহজাদা আনোৱাৰ আৰু বিজেপি ৰাজ্যিক সভাপতি দিপক প্ৰকাশেও বিগত মাৰ্চ মাহতেই মনোনয়ন প্ৰত্র দাখিল কৰিবলৈ সাজু হৈছিল নিৰ্বাচন আয়োগে ৰাজ্যসভাৰ দুয়োখন আসনৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সময়তে ।

ৰাজ্যখনত ৰাজ্যসভাৰ নিৰ্বাচন মাৰ্চ মাহৰ ২৬ তাৰিখে হ'বলগীয়া আছিল যদিও বাতিল কৰা হয় । ক'ৰণা মহামাৰী আৰু দেশত চলি থকা লক ডাউনৰ বাবে । নিৰ্বাচন আয়োগে পুনৰ পৰিস্থিতি কিছু স্বাভাৱিক হোৱা দেখি জুন মাহৰ ১৯ তাৰিখে আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

আনহাতে দুখন আসনৰ বাবে হ'বলগীয়া নিৰ্বাচনৰ আসন দুখন যোৱা এপ্ৰিল মাহৰ পৰাই খালি হৈ আছিল নিৰ্দলীয় প্ৰাৰ্থী পৰিমল নাথাৱনি আৰু আৰ জে ডিৰ প্ৰেম চন্দ্ৰ গুপ্তা কাৰ্যকাল সমাপ্ত হোৱাৰ পিছতেই ।

ইপিনে নিৰ্বাচন আয়োগে সকলো যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে নিৰ্বাচনৰ বাবে । আনহাতে এই নিৰ্বাচনত ৭৯ পৰা ৮২ জন বৈধ ভোটাৰেহে ভোট দান কৰিব পাৰিব বুলি ৰাজ্যিক বিধানসভাৰ এজন বিষয়াই উল্লেখ কৰে । লগতে চাওকঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ: শিৱানীৰ গৃহত বিধায়িকা আঙুৰলতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.