ETV Bharat / crime

বৰপেটাত বিঘাই বিঘাই নিষিদ্ধ আফিং খেতি

author img

By

Published : Feb 7, 2021, 6:29 AM IST

নিচাজাতীয় আফিঙৰ খেতিৰ পয়োভৰ উঠিছে বৰপেটা জিলাত ৷ জিলাখনৰ ময়নবাৰী আৰক্ষী চকীৰ অন্তৰ্গত জয়পুৰ গাঁৱত আৰক্ষীয়ে নষ্ট কৰে বিঘাই বিঘাই আফিং খেতি ৷

বৰপেটাত বিঘাই বিঘাই কৰা হৈছে নিষিদ্ধ আফিং খেতি

জনীয়া, 7 ফেব্ৰুৱাৰী : কলগাছিয়াৰ জয়পুৰত বিঘাই বিঘাই কৰা হৈছে নিষিদ্ধ আফিং খেতি । বিগত দুদিন পূৰ্বে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত বৰপেটা প্ৰশাসনে চিনাক্ত কৰিলে নিচাজাতীয় আফিং খেতিৰ উক্ত স্থান । আফিং খেতিৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে নিৰ্দিষ্ট স্থানত উপস্থিত হৈ নষ্ট কৰে বিঘাই বিঘাই আফিং খেতিখিনি ।

লগতে পঢ়ক : বৰপেটা আৰক্ষীৰ অভিযানত বিঘাই বিঘাই আফিং খেতি ধ্বংস

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ ময়নবৰী আৰক্ষী চকীৰ অন্তৰ্গত জয়পুৰ গাঁওত একাংশ লোকে কৰিছিল নিচা জাতীয় আফিং খেতি । প্ৰায় আঢ়ৈ বিঘা খেতি ঠিকা লৈ কৰিছিল নিচাজাতীয় দ্ৰব্যৰ খেতিখিনি । এই খবৰ লাভ কৰাৰ পাছতেই আজি কলগাছিয়া আৰু ময়নবৰীৰ আৰক্ষীয়ে নষ্ট কৰি পেলাই নিষিদ্ধ আফিং খেতিখিনি ।

লগতে পঢ়ক : কলগাছিয়াত বিঘাই বিঘাই চলিছে নিষিদ্ধ আফিং খেতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.