ETV Bharat / crime

হাউলীত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ ড্ৰাগছ ব্যৱসায়ী আটক - হাউলী আৰক্ষী

বৰপেটাৰ দাবালীয়াপাৰাত বৰপেটা আৰু হাউলী আৰক্ষীৰ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে বৃহৎ অভিযান ৷ সৰুক্ষেত্ৰীৰ খাবলাৰ ভিঠা গাঁৱৰ মকিবুল ইছলাম নামৰ ড্ৰাগছ ব্যৱসায়ী আটক ৷

drugs-peddler-arrested-dawaliyapara-para-howly
হাউলীৰ দাবালীয়া পাৰাত বৃহৎ পৰিমানৰ নিচাযুক্ত টেবলেটসহ ড্ৰাগছ ব্যৱসায়ী আটক
author img

By

Published : Jun 8, 2021, 9:27 PM IST

বৰপেটা, ৮ জুন : বৰপেটাৰ দাবালীয়াপাৰাত বৰপেটা আৰু হাউলী আৰক্ষীৰ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে বৃহৎ অভিযান ৷ হাউলীৰ দাবালীয়া পাৰাৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ ড্ৰাগছ ব্যৱসায়ী আটক ৷ বৰপেটাৰ সদৰ ডি এছ পি (DSP) মদন কলিতাৰ নেতৃত্বত বৰপেটা আৰু হাউলী আৰক্ষীৰ যুটীয়া অভিযানত আটক ড্ৰাগছ ব্যৱসায়ী ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীটো সৰুক্ষেত্ৰীৰ খাবলাৰ ভিঠা গাঁৱৰ মকিবুল ইছলাম ৷

drugs-peddler-arrested-dawaliyapara-para-howly
হাউলীৰ দাবালীয়া পাৰাত বৃহৎ পৰিমানৰ নিচাযুক্ত টেবলেটসহ ড্ৰাগছ ব্যৱসায়ী আটক

ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা দুই হাজাৰ নিচাযুক্ত টেবলেটসহ এখন নম্বৰপ্লেট বিহীন মটৰ চাইকেল আৰু এটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে ৷ ইপিনে ড্ৰাগছ ব্যৱসায়ী মকিবুল ইছলামৰ খাবলাৰ ভিঠা গাঁৱৰ বাসগৃহতো কয়াকুছি আৰক্ষী চকীৰ তালাচী ৷ অৱশ্যে ড্ৰাগছ ব্যৱসায়ীটোৰ বাসগৃহত আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই কোনো আপত্তিজনক সামগ্ৰী ৷ সম্প্ৰতি হাউলী আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোক জেৰা চলাই আছে ৷

লগতে পঢ়ক: তিনিবছৰেও সম্পূৰ্ণ হোৱা নাই অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.