ETV Bharat / city

তিনিচুকীয়াৰ তালাপত চুৰিকাণ্ডঃ হাতে-লোটে আটক 6 টা চোৰ

author img

By

Published : Jun 20, 2019, 6:15 PM IST

বৃহস্পতিবাৰে নিশা তালাপত চুৰিকাণ্ড ৷ প্ৰায় ৪ লাখ টকাৰ তাঁৰ চুৰি কৰি থাকোতেই হাতে-লোটে ধৰা পৰিল ছটাকৈ চোৰ

তিনিচুকীয়াৰ তালাপত চুৰিকাণ্ডঃ হাতে-লোটে আটক ছটাকৈ চোৰ

তিনিচুকীয়া, 20 জুনঃ তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত ডাঙৰীত M/S neccon Power & Infra Ltd. নামৰ এটা কোম্পানীৰ গুদামৰ পৰা বুধবাৰে নিশা প্ৰায় ৪ লাখ টকাৰ তাঁৰ চুৰি কৰি থকাৰ সময়তে আৰক্ষীয়ে আটক কৰে ছটাকৈ চোৰক ৷ ডুমডুমা আৰু তালাপ আৰক্ষীৰ যৌথ অভিযানত AS-04BC-1853 নম্বৰৰ গাড়ীত তাঁৰ উঠাই থকাৰ সময়তে আৰক্ষীয়ে আটক কৰে চোৰকেইটাক ৷ কল্পজিত বৰুৱা, ডিম্পু গগৈ,মন্টু বৰুৱা,ৰাজু গগৈ,মনোৰঞ্জন বৰুৱা,কৃষ্ণ চাহ নামৰ ছটাকৈ চোৰক আটক কৰে আৰক্ষীয়ে।

তিনিচুকীয়াৰ তালাপত চুৰিকাণ্ডঃ হাতে-লোটে আটক ছটাকৈ চোৰ

আনহাতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে পৰাগ জ্যোতি বৰুৱা নামৰ চোৰটোৱে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত M/S Neccon Power & Infra Ltd. ৰ বৈদ্যুতিক অভিযন্তাই তালাপ আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।

আৰু পঢ়কঃ বৰপেটাত FCI ৰ চোৰাং চাউলৰ বস্তা জব্দ

Intro:Date: 20-06-2019

Sluge: নিশা তালাপত চুৰিকাণ্ড ।
প্ৰায় ৪ লাখ টকাৰ কয়েল (তাঁৰ) চুৰি কৰি থাকোতেই হাতে-লুটে ধৰিলে ছয়টাকৈ চুৰক ।

V/O: তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত ডাঙৰীত M/S neccon Power & Infra Ltd. নামৰ এটা কোম্পানীৰ গোদামৰ পৰা বুধবাৰে নিশা প্ৰায় ৪ লাখ টকাৰ কয়েল (তাঁৰ) চুৰি কৰি থকাৰ সময়তে ছয়টাকৈ চুৰকৈ আৰক্ষীয়ে আটক কৰে । ডুমডুমা আৰু তালাপ আৰক্ষীৰ যৌথ অভিযানত কয়েল (তাঁৰ) AS 04 BC 1853 নম্বৰৰ গাড়ী এখনত উঠাই থকা সময়তে আৰক্ষীয়ে চুৰকেইটাক আটক কৰাৰ লগতে গাড়ীখন জব্দ কৰে । কোম্পানীটোৰ এটা গোদামৰ পৰা কল্পজিত বৰুৱা, ডিম্পু গগৈ, মন্টু বৰুৱা, ৰাজু গগৈ মনোৰঞ্জন বৰুৱা কৃষ্ণ চাহ নামৰ ছয়টাকৈ চুৰক আৰক্ষীয়ে আটক কৰে । ইফালে পৰাগ জ্যোতি বৰুৱা পলাই যাবলৈ সক্ষম হ'য় । ঘটনা সম্পৰ্কে M/S Neccon Power & Infra Ltd. ৰ বৈদ্যুতিক অভিযন্তাই তালাপ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে ।Body:Date: 20-06-2019

Sluge: নিশা তালাপত চুৰিকাণ্ড ।
প্ৰায় ৪ লাখ টকাৰ কয়েল (তাঁৰ) চুৰি কৰি থাকোতেই হাতে-লুটে ধৰিলে ছয়টাকৈ চুৰক ।

V/O: তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত ডাঙৰীত M/S neccon Power & Infra Ltd. নামৰ এটা কোম্পানীৰ গোদামৰ পৰা বুধবাৰে নিশা প্ৰায় ৪ লাখ টকাৰ কয়েল (তাঁৰ) চুৰি কৰি থকাৰ সময়তে ছয়টাকৈ চুৰকৈ আৰক্ষীয়ে আটক কৰে । ডুমডুমা আৰু তালাপ আৰক্ষীৰ যৌথ অভিযানত কয়েল (তাঁৰ) AS 04 BC 1853 নম্বৰৰ গাড়ী এখনত উঠাই থকা সময়তে আৰক্ষীয়ে চুৰকেইটাক আটক কৰাৰ লগতে গাড়ীখন জব্দ কৰে । কোম্পানীটোৰ এটা গোদামৰ পৰা কল্পজিত বৰুৱা, ডিম্পু গগৈ, মন্টু বৰুৱা, ৰাজু গগৈ মনোৰঞ্জন বৰুৱা কৃষ্ণ চাহ নামৰ ছয়টাকৈ চুৰক আৰক্ষীয়ে আটক কৰে । ইফালে পৰাগ জ্যোতি বৰুৱা পলাই যাবলৈ সক্ষম হ'য় । ঘটনা সম্পৰ্কে M/S Neccon Power & Infra Ltd. ৰ বৈদ্যুতিক অভিযন্তাই তালাপ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.