ETV Bharat / city

তিনিচুকীয়া আৰু ডিব্ৰুগড়ত অইল ইণ্ডিয়া লিমিটেডৰ জনকল্যাণমূলক আঁচনি ৰূপায়ণ - সৌৰ শক্তি

অইলৰ দ্বাৰা 64 টা পৰিয়ালক সৌৰ বিজুলী ব্যৱস্থা, সৌৰ চাকি, আধুনিক জীৱাশ্ম ৰন্ধন ষ্ট্ৰভ প্ৰদান

অইল ইণ্ডিয়াৰ জনকল্যাণমূলক আচনি
author img

By

Published : Mar 15, 2019, 9:38 PM IST

তিনিচুকীয়া,15মাৰ্চ: অইল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আঁচনিৰ সৌজন্যত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত 'অইল উর্জা সৌৰ সমাধা সুখী পৰিয়াল কাৰ্যসূচী' হাতত লৈছিল ৷ শুকুৰবাৰে ডঃ ভূপেন হাজৰিকা সেতুৰ সমীপৰ জি’ৰ পইণ্টত সামৰণি পৰে এই প্ৰকল্পৰ কাম ৷ ইপিনে এই অনুষ্ঠানৰ সামৰণি উপলক্ষে সামগ্ৰী বিতৰণৰ বাবে আয়োজিত এক অনুষ্ঠানত অঞ্চলটোৰ চোৰাং চিকাৰী প্ৰতিৰোধী শিবিৰৰ 64 টা পৰিয়ালক সৌৰ ঘৰুৱা বিজুলী ব্যৱস্থা, সৌৰ চাকি, আধুনিক জীৱাশ্ম ৰন্ধন ষ্ট্ৰভ প্ৰদান কৰে দেশৰ আগশাৰীৰ ৰাজহুৱা উদ্যোগিক প্ৰতিষ্ঠানটোৱে । লগতে ধলাৰ মিৰিগাঁৱৰ 286 টা পৰিয়ালকো সৌৰ চাকি বিতৰণ কৰে অইল ইণ্ডিয়া কতৃপক্ষই ।

অইল ইণ্ডিয়াৰ জনকল্যাণমূলক আচনি
উল্লেখ্য যে দীৰ্ঘম্যাদী আৰু কম খৰছি সৌৰ শক্তিৰে পৰিস্কাৰ আৰু ঘৰুৱা বিজুলী আৰু ৰন্ধনৰ বাবে প্ৰদান কৰাটোৱে এই আঁচনিৰ মূল উদ্দেশ্য ৷ সামৰণি অনুষ্ঠানটোত অইল ইণ্ডিয়া লিমিটেডৰ উচ্চপদস্থ বিষয়া, স্থানীয় জনসাধাৰণৰ লগতে হিতাধিকাৰীসকল উপস্থিত থাকে৷

From:-Prasanta Khatowal

Slug:-A_TSK_15MAR_801_OIL_INDIA_CSR_PROJECT_PRASANTA_KHATOWAL

STORY;-তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অইল ইণ্ডিয়া লিমিটেডৰ জনকল্যাণমূলক আচনি ৰূপায়ণ

OC/VO: তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অইল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আঁচনিৰ সৌজন্যত  অইল উর্জা সুখী পৰিয়াল সৌৰ সমাধান প্ৰকল্প কাৰ্যসূচী    ৰূপায়ণৰ ব্যৱস্থা হাতত লৈয়ে৷ সফলভাৱে ৰূপায়ণ হৈ থকা এই প্ৰকল্পৰ কাম শুকুৰবাৰে সামৰণি পৰে ড০ ভূপেন হাজৰিকা সেতুৰ সমীপৰ জি’ৰ পইণ্টত৷ এই উপলক্ষে সামগ্ৰী বিতৰণৰ বাবে আয়োজিত এক অনুষ্ঠানত অঞ্চলটোৰ চোৰাং চিকাৰী প্রতিৰোধী শিবিৰৰ ৬৪ টা পৰিয়ালক সৌৰ ঘৰুৱা বিজুলী ব্যৱস্থা,সৌৰ চাকি, আধুনিক জীৱাশ্ম ৰন্ধন ষ্ট্ৰভ প্ৰদান কৰে দেশৰ ৰাজহুৱা উদ্যোগিক প্ৰতিষ্ঠানটোৱে। ধলাৰ মিৰিগাওঁৰ ২৮৬ টা পৰিয়ালক সৌৰ চাকি বিতৰণ কৰে অইল কতৃপক্ষই।  দীৰ্ঘম্যাদী আৰু কম খৰছি সৌৰ শক্তিৰে পৰিস্কাৰ আৰু ঘৰুৱা বিজুলী আৰু ৰন্ধনৰ বাবে প্ৰদান কৰাটোৱে এই আঁচনিৰ মূল উদ্দেশ্য।  অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ উচ্চপদস্থ বিষয়া, স্থানীয় জনসাধাৰণ আৰু হিতাধিকাৰী সকল উপস্থিত থাকে৷

Byte ::অইলৰ বিষয়া

#তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.