ETV Bharat / city

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গুজৰিত অসম

author img

By

Published : Jan 5, 2020, 4:33 PM IST

Updated : Jan 5, 2020, 11:39 PM IST

CAA Protest all over Assam
জালুকবাৰীস্থিত ড৹ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত গৰজি উঠিল শিল্পী সমাজ

Intro:কাকপথাৰত দহ সহস্ৰাধীক চাহ জনগোষ্ঠীৰ লোকৰ "কা" বিৰুধে সমদল

শদিয়া : হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হৈ পৰিল কাকপথাৰ ৷ নাগৰিকত্ব সংশোধনী আইন ২০১৯বাতিলৰ দাবীত দহ সহস্ৰাধীকতকৈ অধিক চাহ শ্ৰমিকে কাকপথাৰ ৰাজহুৱা খেলপথাৰৰ পৰা প্ৰায় ৭,৮ কি:মি: পৰিভ্ৰমণ কৰি ছেলেংগুৰী ৰাজহুৱা খেলপথাৰত সামৰণি মাৰে ৷ "বিজেপি চৰকাৰ হুছিয়াৰ, কা আমি নামানো" ইত্যাদি শ্লগানে কাকপথাৰৰ আকাশ বতাহ কপাঁই তোলে ৷ চাহ জনগোষ্ঠীৰ প্ৰতিবাদকাৰী সকলে কোনো কাৰণতে অবৈধ নাগৰিকক গ্ৰহণ নকৰাৰ হুংকাৰ দিয়ে ৷Body:Byte : প্ৰতিবাদকাৰীConclusion:Mintu Talukdar
Sadiya
Last Updated : Jan 5, 2020, 11:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.