ETV Bharat / city

অপহৃতৰ মুক্তিৰ দাবীত তিনিচুকীয়াত বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ বাইক ৰেলী

আজিও নাই অপহৃতৰ সন্ধান ৷ শংকৰ চাহ বাগিচাৰ স্বতাধিকাৰীৰ প্ৰতিকৃতি দাহ ।

অপহৃতৰ মুক্তিৰ দাবীত তিনিচুকীয়াত বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ বাইক ৰেলী
author img

By

Published : Oct 17, 2019, 10:53 PM IST

তিনিচুকীয়া,17 অক্টোবৰ: তিনিচুকীয়া জিলাৰ শংকৰ চাহ বাগিচাৰ অপহৰণ কাণ্ডই ৬ দিন অতিক্ৰম কৰাৰ পাচতো উদ্ধাৰ হোৱা নাই বাগিচাখনৰ অপহৃত হেড ফিটাৰ গৌৰাংগ দেৱ। বৃহস্পতিবাৰে বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনে ধলাগাঁও তিনিআলিত বাইক ৰেলী অনুষ্ঠিত কৰি বাগিচাখনৰ স্বতাধিকাৰী সুধীৰ কুমাৰ লোহিয়াৰ প্ৰতিকৃতি দাহেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ লগতে বাগিচাখনৰ হেড ফিটাৰ গৌৰাংগ দেৱক শীঘ্ৰেই মুক্তি দিয়াৰ দাবী জনাই বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনে তালাপ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।

শংকৰ চাহ বাগিচাত সংঘটিত ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী কৰাৰ লগতে বাগিচাখনৰ স্বতাধিকাৰী সুধীৰ কুমাৰ লোহিয়াক অপহৰণ কাণ্ডৰ তদন্তলৈ অনাৰো দাবী কৰে বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনে। অন্যথা পৰৱৰ্তী সময়ত পথ অৱৰোধ,তিনিচুকীয়া জিলা বন্ধৰ লগতে অসম বন্ধৰ দৰে কাৰ্যসূচী লোৱাৰো ভাবুকি প্ৰদান কৰে সংগঠনটোৱে ৷

তিনিচুকীয়াত বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদী বাইক ৰেলী

Intro:Date: 17-10-2019

Slug: তিনিচুকীয়া জিলাৰ ধলাত সদৌ অসম বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ বাইক ৰেলী কৰি শংকৰ চাহ বাগিছাৰ স্বতাধিকাৰীৰ প্ৰতিকৃতি দাহ ।

V/O: তিনিচুকীয়া জিলাৰ শংকৰ চাহ বাগিছাৰ অপহৰণ কাণ্ডই ৬ দিন অতিক্ৰম কৰিলে যদিও উদ্ধাৰ হোৱা নাই শংকৰ চাহ বাগিছাৰ অপহৃত হেড ফিটাৰ গৌৰাংগ দেৱ । আজি বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনে ধলা গাওঁ তিনিআলিত বাইক ৰেলী কৰি বাগিছাখনৰ স্বতাধিকাৰী সুধীৰ কুমাৰ লোহিয়াৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বাগিছাখনৰ হেড ফিটাৰ গৌৰাংগ দেৱক সিঘ্ৰেই মুক্তিৰ দাবী জনাই বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনে । প্ৰতিকৃতি দাহ কৰি তালাপ থানাৰ ভাৰপাপ্ত আৰক্ষী বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ফেডাৰেচনে । শংকৰ চাহ বাগিছাত সংঘটিত ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী কৰাৰ লগতে বাগিছাৰ স্বতাধিকাৰী সুধীৰ কুমাৰ লোহিয়াক অপহৰণ কাণ্ডৰ তদন্তলৈ অনাৰো দাবী কৰে বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনে । অন্যথা পৰৱৰ্তী সময়ত পথ অৱৰুধ, তিনিচুকীয়া জিলা বন্ধৰ লগতে অসম বন্ধৰ দৰে কাৰ্যসূচী লোৱা হ'ব বুলি উল্লেখ কৰে সদৌ অসম বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনে ।

Byte: বেংগলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ বিষয়ববীয়া ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 17-10-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.