ডুমডুমা, 26 অক্টোবৰ : বিজয়া দশমী উপলক্ষে আজি ডুমডুমাত বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলে 'অস্ত্ৰ পূজন'ৰ কাৰ্যসূচী গ্ৰহণ কৰে । বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ ডুমডুমা প্ৰখণ্ডৰ সৌজন্যত ডুমডুমা মাৰোৱাৰী পঞ্চায়তী ভৱনত 'অস্ত্ৰ পূজণ' কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত কেইবাটাও হিন্দু সংগঠনৰ কৰ্মকৰ্তাৰ লগতে বিজেপি দলৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : তেজপুৰ জাহাজঘাটত দেৱী বিসৰ্জনৰ কাৰ্যসূচী আৰম্ভ