ETV Bharat / city

তালাপ বাইপাছত পথ দুৰ্ঘটনাত নিহত এজন - মনচুক বাৰলা গুৰুতৰভাৱে আহত

তালাপ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় এজন লোক ৷

Accident at Talap bypass
তালাপ বাইপাছত পথ দুৰ্ঘটনাত নিহত এজন
author img

By

Published : Nov 12, 2020, 9:50 PM IST

ডুমডুমা, 12 নৱেম্বৰ : তালাপ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় এজন লোক ৷

দ্ৰুতবেগী মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰখাই থোৱা এখন ট্ৰেইলাৰত খুণ্ডা মাৰে । ফলত বাইক চালক বিদেন সুৰেন (36) নিহত হয় আৰু মনচুক বাৰলা গুৰুতৰভাৱে আহত হয় ৷

Accident at Talap bypass
তালাপ বাইপাছত পথ দুৰ্ঘটনা

আহত মনচুক বাৰলাক ডুমডুমা FRU চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । দুয়োজনৰে ঘৰ পেঙেৰী চাহ বাগিচাৰ ৰাঁচি লাইনত বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : দীপাৱলীৰ প্ৰাক ক্ষণত কি কি নীতি নিৰ্দেশনা জাৰি কৰিলে নগাঁও প্ৰশাসনে?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.