ETV Bharat / city

সোণজানত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৰাইজৰ - শদিয়া

কাকপথাৰ ডিৰাক সোণজানত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বছৰ বছৰ ধৰি সোনজানৰ পৰা কৈলাশপুৰ হৈ মহঙলৈ যোৱা মুখ্য পথটি মেৰামতি নকৰাত চৰকাৰৰ বিৰুদ্ধে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

Public road blocked At Sadiya
সোণজানত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৰাইজৰ
author img

By

Published : Feb 5, 2021, 2:30 PM IST

শদিয়া, 5 ফেব্ৰুৱাৰী: ৰাজ্যত পুনৰ গা কৰি উঠিছে 'নাগৰিকত্ব সংশোধনী আইন' আৰু 'কৃষি আইন' বাতিলৰ আন্দোলনে ৷ ইতিমধ্যে সমগ্ৰ ৰাজ্য খনতে ইয়াৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে ভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

সোণজানত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৰাইজৰ

সমান্তৰালকৈ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱতী কাকপথাৰ ডিৰাকৰ সোণজানতো শুকুৰবাৰে 'কা' আৰু কৃষি আইন বাতিলৰ লগতে সোনজানৰ পৰা মহঙলৈ যোৱা মুখ্য পথটি মেৰামতিৰ কৰি দিয়াৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ পুৱাৰে পৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথটো শতাধিক স্থানীয় ৰাইজে অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

অতি শীঘ্ৰে যদি চৰকাৰে তেওঁলোকৰ দাবী সমূহ সমাধান নকৰে, তেনেহ'লে অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক-বায়ু পথেৰে বহিঃজগতৰে সংযোজিত হ’ল মাজুলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.