ETV Bharat / city

অৰুণাচলৰ টিৰাপত আটক দুৰ্ধৰ্ষ আলফা

author img

By

Published : Jun 29, 2019, 9:35 AM IST

Updated : Jun 29, 2019, 9:48 AM IST

অসম ৰাইফলচৰ হাতত আটক নয়ন ওৰফে বৃষ্টি নামৰ এজন দুৰ্ধৰ্ষ আলফা । নয়নৰ ঘৰ তেজপুৰৰ বেচেৰিয়াৰ পুখুৰিয়াত ৷

অৰুণাচলৰ টিৰাপত আটক দুৰ্ধৰ্ষ আলফা
  • আলফাৰ চাউনীত মোক্ষম আঘাত
  • অৰুণাচলৰ টিৰাপত আটক দুৰ্ধৰ্ষ আলফা সদস্যজন
  • অসম ৰাইফলচৰ হাতত আটক নয়ন ওৰফে বৃষ্টি নামৰ আলফা জন
  • ২০১৪ চনতে তিনিচুকীয়ালৈ গৈ আলফাত যোগ দিছিল তেওঁ
  • নয়নৰ ঘৰ তেজপুৰৰ বেচেৰিয়াৰ পুখুৰিয়াত
  • শনিবাৰে অসম ৰাইফলচে অৰুণাচল আৰক্ষীৰ হাতত অৰ্পন কৰিব তেওঁক

Intro:Body:

BREAKING 

তেজপুৰ,২৯ জুন : আলফাত মুক্ষম আঘাট ৷ শুক্ৰবাৰে দধৰ্ষ আলফাৰ ছাৰ্জেন্ট মেজৰ নয়ন নাথ ওৰফে বৃষ্টি অসমক অৰুনাচল প্ৰদেশৰ টিৰাপ জিলাৰ  খুনুচাত অসম ৰাইফলচৰ হাতত আটক ৷নয়ন ওৰফে বৃষ্টি ২০১৪ চনত তেজপুৰৰ পৰা তিনিচুকিয়ালৈ গৈ আলফাত যোগ দিছিল ৷ নয়নৰ ঘৰ তেজপুৰৰ বেচেৰিয়াৰ পুখুৰিয়াত ৷আজি অসম ৰাইফলচে অৰুনাচল আৰক্ষীৰ হাতত অৰ্পন কৰিব বুলি জানিব পৰা  গৈছে ৷

Conclusion:
Last Updated : Jun 29, 2019, 9:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.