ETV Bharat / city

নাছাত উজ্বলিল তেজপুৰৰ শিশু বিজ্ঞানী - শিশু বিজ্ঞানী

'এনচিলেডাছ' শীৰ্ষক ৰচনাৰ জৰিয়তে শনিগ্ৰহত জীৱৰ উপস্থিতি সন্ধান দিলে শিশুবিজ্ঞানীয়ে

নাছাত উজ্জলিল তেজপুৰৰ শিশু বিজ্ঞানী
author img

By

Published : Mar 13, 2019, 10:13 PM IST

তেজপুৰ,13মাৰ্চ: সাংস্কৃতিক নগৰী তেজপুৰলৈ আহিছে এক সু খবৰ । তেজপুৰ গুৰুকুল বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ সম্পূৰ্ণম সৰকাৰে উদঘাটন কৰিছে শনিৰ উপগ্ৰহৰ বুকুত জীৱৰ সন্ধান ৷ পখিলা খেদা বয়সতে তেজপুৰৰ শিশু বিজ্ঞানী সম্পূৰ্ণমে 'এনচিলেডাছ' শীৰ্ষক ৰচনা নাছালৈ প্ৰেৰণ কৰিছিল ৷ যাৰ পাচতে নাছাই এই শিতানত অংশ লোৱা কেইবাজনো শিশুক উৎসাহিত কৰি তেওঁলোকৰ চিন্তা-চৰ্চা আৰু উদ্ভাৱনী শক্তিক 'ছাইণ্টিছ ফৰ এ ডে'ৰ উইনাৰ হিচাপে ঘোষণা কৰে ৷ ইপিনে নাছাৰ এই স্বীকৃতিৰ ভিতৰত ভাৰতৰ অন্যতম শিশু বিজ্ঞানীৰূপে তেজ্ঞপুৰৰ সম্পূৰ্ণমক পুৰস্কৃত কৰিছে ৷

নাছাত উজ্জলিল তেজপুৰৰ শিশু বিজ্ঞানী

উল্লেখ্য যে শিশু বিজ্ঞানী সম্পূৰ্ণমে নিজ গৃহতে ড্ৰণ প্ৰস্তুত কৰাৰ ওপৰি এনিমেচন ফিল্ম আৰু বিজ্ঞানৰ বিভিন্ন মডেল বনাই বিজ্ঞান ভিত্তিক গৱেষণা অব্যাহত ৰাখিছে ৷

Intro:SPECIAL STORY PLZ MAKE. PKG

তেজপুৰ: সাংস্কৃতিক নগৰী শোণিতপুৰ জিলাৰ সদৰ স্থান তেজপুৰ চহৰৰ এক সু খবৰ ।তেজপুৰ গুৰুকুল স্কুলৰ ষষ্ঠ শ্ৰেণী ৰ ছাত্ৰ সম্পূৰ্ণ চৰকাৰে 'ENCELADUS' the sixth -largest moon অফ Saturan ৰ ওপৰত এখন ৰাচনা নাচাৰ ৱেবত world largest space research centre ত নাম সন্নিবিষ্ট কৰাবলৈ সক্ষম হৈছে ।
সম্প্ৰতি তেজপুৰত এই খবৰে উৎফুল্লিত কৰিছে সকলোকে ।

Body:তেজপুৰ এল বি ৰোড ৰ বাসিন্দা এগৰাকী সমাজ সেৱক সঞ্জয় সৰকাৰ আৰু ইন্দ্ৰানী সৰকাৰ পুত্ৰ সম্পূৰ্ণ সৰকাৰ ।যিকোনো সময়তে বিজ্ঞান জগতৰ বিভিন্ন বিষয় লৈ ব্যস্ত থকা সম্পূৰ্ণ ই "ৰেডিও পোষ্ট power চিষ্টেম প্ৰগ্ৰেম ' নাছা ৰ জন হেমেল ৰ আদৰণি য়ে উৎসাহিত কৰিছে পিতৃ মাতৃ তথা কণমানি শিশু ছাত্ৰ জনক ।
যোৱা মঙ্গল বাৰে নাছা ৰ পৰা পোৱা এক ই মেইল ৰ জৰিয়তেই এই তথ্য সদৰী কৰে ছাত্ৰ জনক ।
Byte: সম্পূৰ্ণ সৰকাৰ,
Byte সঞ্জয় সৰকাৰ, পিতৃ ।
ENCELADUS ত আছে
1: WATER SOURCE
2: এনেৰ্জি SOURCE
3:ORGANIC SOURCE
4:NITROGEN SOURCE
5:CARBON DIOXIDE,
এই শিতান কেইটা তেওঁৰ ৰচনা ত সন্নিবিষ্ট কৰিছিল ।
আমি ইটিভি ভাৰত অসমৰ তৰফৰ পৰা ও জনালো সম্পূৰ্ণ লৈ অলেখ শুভ কামনা ।

Conclusion:প্ৰণৱ কুমাৰ দাস,ইটিভি ভাৰত অসম
তেজপুৰ।
১৩/৩/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.