ETV Bharat / city

জীয়াভৰলী নাও দুৰ্ঘটনা : এতিয়াও সন্ধান নাই এজনৰ - তেজপুৰ নাও দুৰ্ঘটনা

প্ৰায় 50 জন যাত্ৰীসহ বৃহস্পতিবাৰে দুপৰীয়া তেজপুৰৰ পাঁচমাইলত দুৰ্ঘটনাত পতিত হৈছিল এখন মেছিন নাও ৷ বিফল এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান ৷

জীয়াভৰলী নাও দুৰ্ঘটনা : এতিয়াও সন্ধান নাই এজনৰ
author img

By

Published : Oct 17, 2019, 7:25 PM IST

তেজপুৰ,17 অক্টোবৰ: তেজপুৰ চহৰৰ পাঁচ মাইলৰ বিহীয়াত বৃহস্পতিবাৰে সংঘতিত হ'ল এক ভয়াৱহ নাও দুৰ্ঘটনা ৷ জীয়াভৰলীৰ বুকুত ডুব গ'ল বিহিয়া গাঁও চাপৰিৰ পৰা তেজপুৰ পাঁচ মাইলৰ সপ্তাহিক বজাৰলৈ প্ৰায় 50 জন যাত্ৰীসহ 8খন মটৰচাইকেল আৰু গৰু কঢ়িয়াই অনা এখন মেছিন নাও ৷ এই ভয়াৱহ দুৰ্ঘটনাত বাকী কেইগৰাকী যাত্ৰীয়ে সাঁতুৰি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও জীয়াভৰলীৰ বুকুত সন্ধানহীন হয় এজন লোক ৷ সন্ধানহীন লোকজনৰ নাম টাইজোত আলী বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ আহত সকলৰ ভিতৰত দুগৰাকী মহিলাক আৰক্ষীয়ে উদ্ধাৰ কৰি ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷

জীয়াভৰলী নাও দুৰ্ঘটনা : এতিয়াও সন্ধান নাই এজনৰ

ইফালে বিয়লি সন্ধানহীন লোকজনৰ সন্ধানত ঘটনাস্থলীত এছ ডি আৰ এফৰ এটা দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই যদিও সন্ধানহীন টাইজোত আলীৰ শুংসুত্ৰ লাভ কৰিবলৈ অসমৰ্থ হয় ৷ উল্লেখযোগ্য যে,ঘটনা সংঘটিত হোৱা জীয়াভৰলী নদীৰ সেই স্থানৰ ওপৰত এখন দলঙৰ বাবে 20 বছৰ আগতেই কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছিল যদিও আজি পৰ্যন্ত সেয়া হৈ নুঠিল ৷ যাৰ ফলত মেছিন নাৱেৰে এক ভয়ংকৰ বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিব লগা হৈছে বিহীয়া চাপৰিৰ ৰাইজে ৷

Intro:তেজপুৰ,১৭ অক্টোবৰ: তেজপুৰৰ পাঁচমাইল বিহীয়াত নাওঁ দুৰ্ঘটনা ত এজন ব্যক্তিৰ সন্ধানহীন ।জীয়া ভৰলী নদীত এইঘাটন ।প্ৰায় 50 জন যাত্ৰী আৰু 8 খন মটৰ চাইকেল ৰ লগত কেইবাটাও গৰু আনিছিল নাও খনত ।

Body:বিহীয়াত জীয়া ভৰলী নদীৰ পূব দিশৰ পৰা তেজপুৰ পাঁচমাইল ৰ বজাৰৰ বাবে আহিছিল যাত্ৰী কেইগৰাকী ।
এজন টাইজোত আলি নামৰ লোক সন্ধানহীন ।এছ ডি আৰ এফৰ দলে অভিযান চলাই যদিও বিয়লি সন্ধানহীন ভাবে বন্ধ কৰে অভিযান ।উক্ত নদীৰ ওপৰত চকিঘাট দলঙৰ আজিৰ পৰা 20 বছৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন হৈ আছিল যদিও আজিলৈকে নোহোৱা বাবে এইদৰে বিপদ সংকুল ভাবে অহা যোৱা কৰিব লগা হয় ।
bite: চক্ৰ বিষয়া, পংকজ চমুৱা ।

Conclusion:DL ।
প্ৰণৱ কুমাৰ দাস
তেজপুৰ।
১৭/১০/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.