ETV Bharat / city

নকল সোণ বেচিবলৈ গৈ ৰঙা ঘৰৰ আলহী এজন

নকল সোণৰ ব্যৱসায় কৰি আৰক্ষীৰ জালত পৰিল লখিমপুৰৰ যুৱক ৷ তেজপুৰৰ হিমালয় হোটেলৰ পৰা যুৱকজনক আটক কৰা হয় ৷

author img

By

Published : Dec 31, 2019, 12:20 PM IST

আটক এজন
নকল সোণৰ ব্যৱসায়

তেজপুৰ, 31 ডিচেম্বৰ : নকল সোণৰ ব্যৱসায় কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল লখিমপুৰৰ বগলীয়াৰ আব্দুল হুছেইন নামৰ এজন লোক ৷ তেজপুৰ সদৰ আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰাঞ্জল শইকীয়াৰ নেতৃত্বত যোৱা এটা দলে তেজপুৰৰ হিমালয় হোটেলৰ পৰা আব্দুলক আটক কৰে ৷ 3 হাজাৰ টকাত এক কেজি সোণ ক্ৰয় কৰি 2 লাখ টকাত বিক্ৰী কৰাৰ উদ্দেশ্যে তেজপুৰত আহি উপস্থিত হৈছিল আব্দুল ৷

নকল সোণৰ ব্যৱসায়

উল্লেখ্য যে,তেজপুৰ বিশ্ববিদ্যালয়ত গৃহ নিৰ্মাণৰ সময়ত গাঁত খান্দোতে সোণ পোৱা বুলি একাংশ প্ৰৱঞ্চকৰ দলে অসমৰ লগতে অৰুণাচল প্ৰদেশ,নাগালেণ্ড,মণিপুৰ আৰু মিজোৰামৰ বহু লোকক প্ৰৱঞ্চনা কৰি সোণ বিক্ৰী কৰিছিল ৷ এনেদৰে ব্যৱসায় কৰি একাংশ লোক আৰক্ষীৰ জালত পৰিছে যদিও তেজপুৰৰ নপামত বৰ্তমানেও নকল সোণৰ ৰমৰমীয়া বেহা চলি আছে ৷

আৰু পঢ়ক : 2019 বৰ্ষৰ টেষ্টৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী মাৰ্নাছ লাবুছেইন

Intro:তেজপুৰ, ৩১ ডিচেম্বৰ :নকল সোন বেচিবলৈ আহি ৰঙা ঘৰৰ আলহী হল লখিমপুৰৰ বগলীয়াৰ আব্দুল হুছেইন ।
দুই নম্বৰী সোন ব্যৱসায়ী প্ৰবঞ্চকৰ মোবাইলত সেনা বাহিনীৰ আৰু অৰ্ধ সামৰিক বাহিনীৰ মোবাইল নম্বৰ ।

Body:তেজপুৰ আৰক্ষীয়ে এই প্ৰবঞ্চকক এখন হোটেলত এই সোন বিক্ৰীৰ চক্ৰান্ত কৰি থকা সময়তে তেজপুৰ সদৰ আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰাঞ্জল শইকীয়াৰ নেতৃত্বত যোৱা এটি দলে হোটেল হিমালয়ৰ পৰা কাৰায়ত কৰে । আব্দুলে ৩ হাজাৰ টকাত এই এক কেজি সোন কিনি ২ লাখ টকাত বেচিবলৈ আহিছিল তেজপুৰলৈ ।
উল্লেখযোগ্য যে তেজপুৰ বিশ্ববিদ্যালয়ত গৃহ নিৰ্মাণৰ সময়ত গাঁত খান্দোতে সোণ পোৱা বুলি একাধিক প্ৰবঞ্চকৰ দলে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ বহু লোকক প্ৰবঞ্চনা কৰি বিক্ৰী কৰি আৰক্ষীৰ জালত পৰিছে যদিও তেজপুৰ নপামত এতিয়াও সম্পূৰ্ণৰূপে চলি আছে এই নকল সোনৰ ৰমৰমীয়া বেহা ।

Conclusion:যদি আপোনাক কম দামত সোণ বিক্ৰী কৰিবলৈ ফোন কৰে আপুনি সাৱধান হওক ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ ।
৩১/১২/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.