ETV Bharat / city

ভাৰত-চীন সীমান্তৰ মেচুকা-টুটিং এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড পৰিদৰ্শন ইষ্টাৰ্ন কামাণ্ডাৰ মুৰব্বীৰ

সেনা বাহিনীৰ জৰুৰীকালীন কাৰ্যকলাপ আৰু স্থানীয় লোকৰ সময় উপযোগী যোগাযোগ স্থাপন কৰিবৰ বাবে অৰুণাচল প্ৰদেশত উদ্বোধন কৰা হৈছিল 8 খন এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড ৷ মেচুকা-টুটিং এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড প্ৰস্তুতিৰ সম্পৰ্কে বুজ ল’লে ভাৰতীয় বায়ু সেনা বাহিনীৰ এয়াৰ অফিচাৰ কামাণ্ডিং ইন চিফ ইষ্টাৰ্ন কামাণ্ডাৰ এয়াৰ মাৰ্চেল আৰ ডি মাথুৰে ৷

author img

By

Published : Feb 13, 2020, 11:00 PM IST

ভাৰত-চীন সীমান্তৰ মেচুকা-টুটিং এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড পৰিদৰ্শন ইষ্টাৰ্ন কামাণ্ডাৰ মুৰব্বীৰ
ভাৰত-চীন সীমান্তৰ মেচুকা-টুটিং এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড পৰিদৰ্শন ইষ্টাৰ্ন কামাণ্ডাৰ মুৰব্বীৰ

তেজপুৰ, 13 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে হিমালয়ান পাদদেশৰ অৰুণাচল প্ৰদেশৰ মেচুকা আৰু টুটিংৰ এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড পৰিদৰ্শন কৰে ভাৰতীয় বায়ু সেনা বাহিনীৰ এয়াৰ অফিচাৰ কামাণ্ডিং ইন চিফ ইষ্টাৰ্ন কামাণ্ডাৰ এয়াৰ মাৰ্চেল আৰ ডি মাথুৰে ৷ এই পৰিদৰ্শন কালত এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয় কামাণ্ডাৰগৰাকীয়ে ৷ ইষ্টাৰ্ন কামাণ্ডৰ বায়ু সেনা বিষয়াজনৰ লগত উপস্থিত থাকে যোৰহাট বায়ু সেনা বাহিনীৰ এয়াৰ কমাণ্ডোৰ এম. কে.ঝা

অৰুণাচল প্ৰদেশত 8 খন এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড

অৰুণাচল প্ৰদেশৰ সু-উচ্চ পাহাৰৰে পৰিপূৰ্ণ মেচুকা ভাৰত-চীন সীমান্তৱৰ্তী অতি স্পৰ্শকাতৰ অঞ্চল ৷ সেনা বাহিনীৰ জৰুৰীকালীন কাৰ্যকলাপ আৰু স্থানীয় লোকৰ সময় উপযোগী যোগাযোগ স্থাপন কৰিবৰ বাবে একে সময়তে অৰুণাচল প্ৰদেশত 8 খন এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড উদ্বোধন কৰা হৈছিল ৷

ভাৰত-চীন সীমান্তৰ মেচুকা-টুটিং এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড পৰিদৰ্শন

ভাৰতীয় বায়ু সেনাবাহিনীয়ে এয়াৰ মেন্টেনেঞ্চ,অৰুণাচল প্ৰদেশৰ পৰিবহণ বিভাগৰ,ভাৰতীয় সেনা বাহিনী, ইণ্ডো তিব্বতিয়ান বৰ্ডাৰ পুলিচ ফৰ্চ আৰু বৰ্ডাৰ ৰ'ডৰ ব্যৱহাৰৰ বাবে,সীমান্ত এলেকাত সেনা বাহিনী মোটায়েনৰ বাবে এই গ্ৰাউণ্ড ব্যৱহাৰ কৰা হ’ব ৷ মাথুৰে পৰিদৰ্শনকালত বিভিন্ন বিষয়াৰ লগতে ইয়াৰ ক্ষেত্ৰ ভিত্তিক পৰ্যবেক্ষণ কৰে ৷

ভাৰত-চীন সীমান্তৰ এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড পৰিদৰ্শন ইষ্টাৰ্ন কামাণ্ডাৰ মুৰব্বীৰ

উল্লখযোগ্য যে, যি সময়ত ভাৰতীয় সেনা বাহিনীৰ 3য় আৰু 4ৰ্থ কৰ্পচৰ নতুন সেনা প্ৰধানে দায়িত্ব লোৱাৰ পিছতে সমগ্ৰ অৰুণাচল প্ৰদেশৰ তীন সীমান্ত আৰু ম্যানমাৰৰ পাদদেশত এক যুদ্ধকালীন কুচ-কাৱাজ অব্যাহত আছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.