ETV Bharat / city

তেজপুৰত মাৰাথান ৰেলী - জেনেৰেল মনোজ পাণ্ডে

স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় সেনা বাহিনীৰ গজৰাজ কৰ্পছৰ উদ্যোগত তেজপুৰৰ পল ফিল্ডৰ পৰা " ইণ্ডইপেনডেন্ট ৰান '" শীর্ষক এক মাৰাথান ৰেলী উলিওৱা হয় ৷ মাৰাথানত অংশগ্ৰহণ প্ৰায় 13শতাধিক লোকৰ ৷

তেজপুৰত মাৰাথান ৰেলী
author img

By

Published : Aug 11, 2019, 3:11 PM IST

তেজপুৰ,১১ আগষ্ট :

  • দেশৰ ৭3 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন
  • স্বাধীনতা দিৱসকলৈ সষ্টম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন
  • দেওবাৰে এই স্বাধীনতা দিৱস উপলক্ষে তেজপুৰত " ইণ্ডইপেনডেন্ট ৰান '" শীর্ষক এক মাৰাথান ৰেলী উলিওৱা হয়
  • ভাৰতীয় সেনা বাহিনীৰ গজৰাজ কৰ্পছৰ উদ্যোগত আয়োজন কৰা হয় এই মাৰাথান ৰেলীৰ ৷
  • য'ত সাধাৰন লোকৰ পৰা আৰম্ভ কৰি সেনা বাহিনী, ছাত্ৰ-ছাত্ৰী পুৰুষ মহিলাসহ প্ৰায় ১৩ শ লোকে অংশ গ্ৰহণ কৰে
  • তেওঁ কয় এইধৰণৰ মাৰাথান দৌৰে শিশু আৰু ছাত্ৰ ছাত্ৰীক অধিক প্ৰেৰণা যোগাব
  • সেনা বাহিনীৰ ফালৰ পৰাও স্বাধীনতা দিৱস উদযাপন উপলক্ষে আজিৰে পৰা বহু কাৰ্যসূচীৰ আয়োজন কৰা হয় ৷

Intro:NB:TRY TO PKG:

তেজপুৰ,১১ আগষ্ট : দেশৰ স্বাধীনতা ৰ ৭৩ বছৰৰ উপলক্ষে ভাৰতীয় সেনা বাহিনীৰ গজৰাজ কৰ্পছ ৰ আজি তেজপুৰত " ইণ্ডইপেনডেন্ট ৰান '" শীর্ষক এক মাৰাথান উলিয়াই ।
সাধাৰন লোক ,সেনা বাহিনীৰ, ছাত্ৰ ছাত্ৰী পুৰুষ মহিলা সকলো এই মাৰাথান ত ভাগ লয় ।

Body:তেজপুৰৰ পল ফিল্ড ৰ পৰা ফ্লেগ অফ কিৰে সেনাৰ গজৰাজ কৰ্পছৰ এধীনত অনুষ্ঠিত হয় প্ৰায় ১৩ শ লোকে অংশ গ্ৰহণ কৰে ।
এই মাৰাথান আজি পল ফিল্ড পৰা আৰম্ভণি কৰি ট্ৰিবেণী হৈ পৰুৱা চাৰিআলি হৈ পুনৰ পল ফিল্ড ত ১১ কি ,মি সমাপ্ত হয় । এই অনুষ্ঠানত শিশু সকলৰ মাজত দুগুণ উটৰসহৰে ভাগ লোৱা দেখা গৈছিল । পিছত গজৰাজ কৰ্পছ ৰ জি অ চি লে, জেনেৰেল মনোজ পাণ্ডে নিজে সকলোৰে লগত ১১ কি মি পথ দৌৰি অতিক্ৰম কৰি বিজেতা সকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰে ।
bite :GOC কৰপছক ।
তেওঁ কয় এইধৰণৰ মাৰাথান দৌৰ শিশু আৰু ছাত্র ছাত্ৰীক অধিক প্ৰেৰণা যোগাব বুলি কয় ।

Conclusion:সেনা বাহিনীৰ ফালৰ পৰা স্বাধীনতা দিৱস উদযাপন উপলক্ষে আজিৰে পৰা অন্যান্য কাৰ্যসূচী ও গ্ৰহণ কৰে ।

প্ৰশ্নব কুমাৰ দাস
তেজপুৰ।
১১/৮/১৯.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.