ETV Bharat / city

ঢেকীয়াজুলিত এখন দলঙৰ অভাৱত দুৰ্ভোগ অঞ্চলবাসীৰ - ঢেকীয়াজুলি সমষ্টি

ঢেকীয়াজুলি সমষ্টিৰ বেলশিৰি নৈৰ ওপৰত থকা বাঁহৰ দলঙৰ দুৰৱস্থা ৷ স্থানীয় বিধায়কজনক বহুবাৰ জনোৱাৰ পিচতো অন্ত নপৰিল যাতায়তৰ সমস্যাৰ

ঢেকীয়াজুলিত এখন দলঙৰ অভাৱত দুৰ্ভোগ ভুগিছে অঞ্চলবাসীয়ে
author img

By

Published : Apr 30, 2019, 8:59 PM IST

ঢেকীয়াজুলি, 30 এপ্ৰিলঃ ঢেকীয়াজুলি সমষ্টিৰ বেলশিৰি নৈৰ ওপৰত থকা বাঁহৰ দলঙৰ দুৰাৱস্থা। এখন দলঙৰ অভাৱত যুগ যুগ ধৰি যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিছে ঢেকীয়াজুলি অঞ্চলৰ ৰাইজে ৷ এসময়ত এই বাঁহৰ দলঙখনৰ ঠাইতেই আছিল অসমৰ সৰ্ববৃহৎ দীঘল কাঠৰ দলঙখন । কিন্তু বেলশিৰি নৈখনৰ বাঢ়নী পানীৰ কৱলত পৰি নিঃচিহ্ন হৈছিল দীঘল কাঠৰ দলঙখন ৷

আৰু পঢ়কঃ তেজপুৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

এই ক্ষেত্ৰত ৰাইজে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়কজনক বহুবাৰ জনোৱাৰ পিচতো অন্ত নপৰিল যাতায়তৰ সমস্যাৰ । গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে, ৰাইজৰ শ্ৰমদানত নিৰ্মিত এই বাঁহৰ দলঙখনৰ ওপৰেদি খুটাপুটা, এৰাবাৰীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিদিন বিপদ সংকুলভাবে মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যাব লাগে। তদুপৰি বাঁহৰ দলঙখন জৰাজীর্ণ হৈ যোৱাৰ পাচত ছাত্ৰ- ছাত্ৰীসকলে এইদৰে নৈৰ পানীৰ ওপৰেদিয়ে অব্যাহত ৰাখে যাতায়াত ব্যৱস্থা।

Intro:Sub: *অসমৰ একালৰ সৰ্ববৃহৎ কাঠৰ দলঙ পৰিণত হৈছে বাঁহৰ দলঙলৈ ।*

*_ঢেকীয়াজুলিত এখন দলঙৰ অভাৱত দুৰ্ভোগ ভুগিছে এখন অঞ্চলৰ ৰাইজে*_

এখন দলঙৰ অভাৱত শ্বাসৰুদ্ধকৰ জীৱন যাত্রা এটা অঞ্চলৰ ৰাইজৰ।যুগ যুগ ধৰি যাতায়াতৰ ক্ষেত্ৰত জনতাৰ চৰম দুৰ্ভোগ । চৰকাৰৰ প্ৰতিশ্ৰুতিত বন্দী এটা অঞ্চলৰ উন্নয়ন। এই দৃশ্য, ঢেকীয়াজুলি সমষ্টিৰ মিছমাৰী,বাঁহবেৰা,কলাকুছি আৰু এৰাবাৰী, খুটাপুটা,ঢেকীয়াজুলি,বেলশিৰি সংযোগী বেলশিৰি নৈৰ ওপৰত থকা বাঁহৰ দলঙৰ । এই বাঁহৰ দলঙখনেৰে ভয়ংকৰভাবে প্ৰতিদিন যাতায়াত অঞ্চলবাসীৰ লগতে স্কুলীয়া ছাত্ৰ - ছাত্ৰীৰ ।উল্লেখ যোগ্য যে এসময়ত এই বাঁহৰ দলঙখনৰ ঠাইতেই আছিল অসমৰ সৰ্ববৃহৎ দীঘল কাঠৰ দলং। কিন্তু বেলশিৰি নৈখনৰ বাঢ়নী পানীৰ কবলত পৰি নিঃচিহ্ন হৈছিল দীঘল কাঠৰ দলঙখন আৰু ইয়াৰ পাছতেই অঞ্চলবাসী ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত কেৱল যমৰ যাতনা । এই ক্ষেত্রত ৰাইজে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়কজনক বহুবাৰ জনোৱাৰ পিছতো অন্ত নপৰিল যাতায়তৰ এই বৃহৎ সমস্যাৰ। গুৰুত্বপুৰ্ণ বিষয়টো হ'ল যে ৰাইজৰ শ্ৰমদানত নিৰ্মিত এই বাঁহৰ দলঙখনৰ ওপৰেদি খুটাপুটা, এৰাবাৰীৰ ছাত্ৰ - ছাত্ৰীসকলে প্ৰতিদিন বিপদসংকুলভাবে মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যাব লাগে ।তদুপৰি বাঁহৰ দলঙখন জৰাজীর্ণ হৈ যোৱাৰ পাছত ছাত্ৰ - ছাত্ৰীসকলে এইদৰে নৈৰ পানীৰ ওপৰে দি অব্যাহত ৰাখে যাতায়াত ব্যৱস্থা ।আনহাতে দি নৈখনৰ জলস্তৰ বৃদ্ধি পোৱাৰ পিছত পৰীক্ষা থাকিলেও ছাত্ৰ - ছাত্ৰীসকলে উপস্থিত হ'ব নোৱাৰে বিদ্যালয়ত।এৰাবাৰী, খুটাপুটাৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ দলখনৰ দৃশ্য চকুত পৰিব নে বিভাগীয় কৰ্তৃপক্ষৰ । নিৰ্মাণ হ'ব নে এখন নতুন দলঙৰ। নে এনেকৈয়ে যুগ যুগ ধৰি এইসকল অঞ্চলবাসীয়ে দলঙৰ নামত চৰকাৰৰ পৰা ভোগ কৰি যাব কেৱল বঞ্চনাৰ।

অমল নাথ, ঢেকিয়াজুলি ।Body:Sub: *অসমৰ একালৰ সৰ্ববৃহৎ কাঠৰ দলঙ পৰিণত হৈছে বাঁহৰ দলঙলৈ ।*

অমল নাথ, ঢেকিয়াজুলি ।Conclusion:Sub: *অসমৰ একালৰ সৰ্ববৃহৎ কাঠৰ দলঙ পৰিণত হৈছে বাঁহৰ দলঙলৈ ।*

অমল নাথ, ঢেকিয়াজুলি ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.