ETV Bharat / city

দৰং-ওদালগুৰিত ভোটাৰৰ দীঘলীয়া শাৰী - তৃতীয় লিংগ

বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত দৰং আৰু ওদালগুৰি জিলাত ভোটাৰৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয় ৷

darrang-udalguri-voting
দৰং-ওদালগুৰিত ভোটাৰৰ দীঘলীয়া শাৰী
author img

By

Published : Apr 1, 2021, 1:32 PM IST

তেজপুৰ,১ এপ্ৰিল: পুৱা 7 বজাৰে পৰা আৰম্ভ হয় অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 13 খন জিলাৰ মুঠ 39 টা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াইছে মুঠ 345 গৰাকী প্ৰাৰ্থীয়ে ৷ ইয়াৰে 319 গৰাকী পুৰুষ প্ৰাৰ্থী আৰু 26 গৰাকী মহিলা প্ৰাৰ্থী ৷ দ্বিতীয় পৰ্যায়ত মুঠ 73,44,631 গৰাকী ভোটাৰে প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 39 টা সমষ্টিত ৷

darrang-udalguri-voting
দৰং-ওদালগুৰিত ভোটাৰৰ দীঘলীয়া শাৰী

ইয়াৰ ভিতৰত 37,34,537 গৰাকী পুৰুষ ভোটাৰ, 36,09,959 গৰাকী মহিলা ভোটাৰ আৰু 135 গৰাকী তৃতীয় লিংগৰ ভোটাৰ ৷ 39 টা সমষ্টিৰে দৰং আৰু ওদালগুৰি জিলাৰ ভোটকেন্দ্ৰ সমূহতো ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে ৷ ভোটাৰসকলে ক’ভিড প্ৰট’কল মানি চলি সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে মুখত মাস্ক আৰু হাতত হাত মোজা পিন্ধে । দিনৰ 1 বজালৈকে ওদালগুৰিত 52.28 শতাংশ ভোটদান হৈছে ৷

darrang-udalguri-voting
ক’ভিড প্ৰট’কল মানি ভোটগ্ৰহণ

লগতে পঢ়ক : আজমলৰ হাতত থাকিব নেকি মহাজোঁটৰ তলা-চাবি?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.