ETV Bharat / city

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত ১১৪ জন কৰ'ণাত আক্ৰান্ত !

ক'ভিড-19ৰ গণ সংক্ৰমণৰ দিশে তেজপুৰ ৷ ইতিমধ্যে বৃহস্পতিবাৰৰ দিনটোতে ১২৮ গৰাকী ক'ভিড-19 ত আক্ৰান্ত হৈছে বুলি জানিবলৈ পোৱা গৈছে ।

COVID - 19 Increase At Tezpur
তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত ১১৪ জন কৰ'ণাত আক্ৰান্ত !
author img

By

Published : Jul 30, 2020, 10:28 PM IST

তেজপুৰ,৩০ জুলাইঃ সমগ্ৰ ৰাজ্যতেই হোৰাহোৰে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ঠিক একেদৰে তেজপুৰতো ভয়ংকৰ ভাবে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোক ৷

উল্লেখ্য যে, তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত চাৰিটা দিনত কৰা ক'ভিড ৰেপিড এন্টিজেন টেষ্টত ১১৪ জনৰ শৰীৰত ধৰা পৰে ক'ভিড পজিটিভ । ইয়াৰে অধিকাংশই তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ বুলি জানিবলৈ পোৱা গৈছে ।

২৭ জুলাইৰ পৰা ৩০ জুলাই পৰ্যন্ত ১০১৭ গৰাকীৰ ৰেপিড এন্টিজেন টেষ্ট কৰাত দুগৰাকী আৰক্ষীৰ লোকসহ ১২৩ জনৰ শৰীৰত কটভিড প'জিটিভ ধৰা পৰিছে । ইফালে তেজপুৰত গণ সংক্ৰমনৰ দিশে গতি কৰা ক'ভিড- ১৯ ত বৃহস্পতিবাৰে পতঞ্জলীৰ ৬ গৰাকী,সুখদা নাৰ্ছিং হোমৰ চাৰিগৰাকীৰ লগতে বৃহস্পতিবাৰৰ দিনটোত ১২৮ গৰাকী ক'ভিড-19 ত আক্ৰান্ত হৈছে । শোণিতপুৰ জিলাত বৰ্তমানলৈকে ১২০৯ গৰাকী ক'ভিড - ১৯ ত আক্ৰান্ত হৈছে ।

আনহাতে, তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত ক'ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা এশৰ ঘৰ অতিক্ৰম কৰাৰ কাৰণ কাৰাবন্দী সকলৰ মাজত কোনো সামাজিক দূৰত্ব নথকা,মাস্কৰ ব্যৱস্থা নথকা আৰু পুষ্টিহীন খাদ্যৰ বাবে হোৱা বুলি অভিযোগ উঠিছে ।

লগতে পঢ়ক- কৰ'ণাৰ মাজতেই এইবাৰ জাপানীজ এনকেফেলাইটিজৰ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.