ETV Bharat / city

অৰুণাচলত নিৰ্মাণকাৰ্য আৰম্ভ বানবিধ্বস্ত দলঙৰ

author img

By

Published : Feb 12, 2019, 8:59 PM IST

বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বন আৰু ভাৰতীয় স্থলসেনাৰ সহযোগত অৰুণাচলত নিৰ্মাণকাৰ্য চলি আছে বানবিধ্বস্ত দলঙৰ

বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বন

ইটানগৰ, ১২ ফেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ অতিকে দুৰ্গম অঞ্চলত বানত বিধ্বস্ত হৈছিল যোগাযোগৰ একমাত্ৰ উপায় ।

বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বন
বিগত সময়ত বানপানীৰ ফলত উটি গৈছিল অঞ্চলটোৰ এখন দলং । সুৰক্ষাজনিক কাৰণত ঠাইখনৰ নাম প্ৰকাশ পৰা বিৰত থকা সেনাবাহিনীৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ইতিমধ্যে বানত বিধ্বস্ত দলংখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে ।
undefined

বানপানীৰ ফলত ধ্বংস হোৱা দলংখনৰ ফলত স্থানীয় ৰাইজ আৰু সেনাবাহিনীৰ বাবে বিশেষ অসুবিধাই দেখা দিছিল । নিৰাপত্তাৰ দিশটোলৈ লক্ষ্য কৰি আৰু স্থানীয় ৰাইজৰ সুবিধা হোৱাকৈ ইতিমধ্যে দলঙৰ নিৰ্মাণকাৰ্যৰ আৰম্ভনি কৰিছে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্বনে ।

ইতিমধ্যে নিৰ্মাণকাৰ্যৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সমূহ নামনি সোৱনশিৰি জিলাৰ এই দুৰ্গম স্থানলৈ কঢ়িয়াই নিয়া হৈছে । ভাৰতীয় বায়ু সেনাৰ MI-17 হেলিকপ্টাৰেৰে দলঙখনৰ বাবে প্ৰায় ৮০টন সামগ্ৰী কঢ়িয়াই নিয়া হৈছে । সেনাবাহিনীৰ সূত্ৰই প্ৰেৰণ কৰা দৃশ্যাৱলীত এই সমগ্ৰ দৃশ্য বন্দী হৈ পৰিছে আৰু আহি পৰিছে একমাত্ৰ ETV Bharat অসমৰ হাতত ।

RESTRICTION SUMMARY: AP CLIENTS ONLY
SHOTLIST:
US NETWORK POOL - AP CLIENTS ONLY
Baghdad - 12 February 2019
1.  Acting US Defense Secretary Pat Shanahan meeting with Iraqi Prime Minister Adel Abdul-Mahdi and officials.
STORYLINE:
Acting US Defense Secretary Pat Shanahan arrived in Baghdad on Tuesday to consult with American military commanders and Iraqi government leaders on the future US troop presence in Iraq.
Shanahan, who is on his first visit to Iraq, met with Prime Minister Adel Abdul-Mahdi.
The top Pentagon official said before his unannounced trip that he wanted to hear first-hand about the state of Iraq's fight against remnants of the Islamic State group.
===========================================================
Clients are reminded:
(i) to check the terms of their licence agreements for use of content outside news programming and that further advice and assistance can be obtained from the AP Archive on: Tel +44 (0) 20 7482 7482 Email: info@aparchive.com
(ii) they should check with the applicable collecting society in their Territory regarding the clearance of any sound recording or performance included within the AP Television News service
(iii) they have editorial responsibility for the use of all and any content included within the AP Television News service and for libel, privacy, compliance and third party rights applicable to their Territory.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.