ETV Bharat / city

অহংকাৰী বিজেপি-হিমন্তক পৰাভূত কৰিব ৰাজ্যৰ জনতাইঃ ভানু - এমজিভিকে ভানু

জালুকবাৰী সমষ্টিৰ মান্দাকাটাত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা সৰকা কৰে তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এমজিভিকে ভানুৱে

জালুকবাৰীত কংগ্ৰেছ প্ৰাৰ্থী এমজিভিকে ভানুৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Apr 16, 2019, 5:48 PM IST

গুৱাহাটী, 16 এপ্ৰিলঃ জালুকবাৰীত তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভিকে ভানুৰ নিৰ্বাচনী প্ৰচাৰ । জালুকবাৰী সমষ্টিৰ মান্দাকাটাত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি ভানুৱে সমালোচনাৰে থকা সৰকা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । প্ৰচাৰ সভাত ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰি বিজেপিয়ে ৰাজ্যত অশুভ পৰম্পৰা আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে ।

জালুকবাৰীত কংগ্ৰেছ প্ৰাৰ্থী এমজিভিকে ভানুৰ নিৰ্বাচনী প্ৰচাৰ

উল্লেখ্য যে, কংগ্ৰেছ দলক জালুকবাৰীৰ ভোটাৰে হিলদল ভাঙি ভোট দিব বুলিও আস্থা প্ৰকাশ কৰে তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে । লগতে কংগ্ৰেছক ধুতি লুঙিৰ দল বুলি কৈ হিমন্তই ডাঙৰ ভুল কৰিছে বুলি মন্তব্য ভানুৰ । কেৱল সেয়াই নহয়, হিমন্তক ডাঙৰ নেতা আখ্যা দি এনে সৰু মন্তব্য নকৰিবলৈ পৰামৰ্শ ভানুৰ । তাৰোপৰি মুছলমানৰ ভোট নালাগে বুলি কোৱা হিমন্তক অতি শীঘ্ৰেই ক্ষমা খোজাৰ দাবী তোলে তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে।

Intro:

Vo-অহংকাৰী বিজেপি হিমন্তক পৰাভূত কৰিব ৰাজ্যৰ জনতাই।
ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰি বিজেপিয়ে ৰাজ্যত আৰম্ভ কৰিছে অশুভ পৰম্পৰা।
ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰিলে দেশ ধ্বংস হব।
হিমন্তৰ জালুকবাৰীত ভানুৰ মাৰথান নিৰ্বাচনী প্ৰচাৰ।
জালুকবাৰী সমষ্টিৰ মান্দাকাটাত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি ভানুয়ে সমালোচনাৰে থকা সৰকা কৰে হিমন্তক।
জালুকবাৰীৰ ভোটাৰে হিলদল ভাঙি কংগ্ৰেছক ভোট
দিব বুলি বিশ্বাস ভানুৰ।
কংগ্ৰেছক ধুতি লুঙিৰ দল আখ্যা দি হিমন্তই ডাঙৰ ভুল কৰিছে বুলি মন্তব্য ভানুৰ।
হিমন্তক ডাঙৰ নেতা আখ্যা দি এনে সৰু মন্তব্য নকৰিবলৈ পৰামৰ্শ ভানুৰ।
মুছলমানৰ ভোট নালাগে বুলি মন্তব্য কৰা হিমন্তক ক্ষমা খোজাৰ দাবী তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ।
জালুকবাৰীত হিমন্তৰ ভেটিত খহনীয়া হব বুলিও মত আগবঢ়াই ভানুবে।
Byte-Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.