ETV Bharat / city

আঙুৰলতাই কিয় আলিংগন কৰিব বিচাৰিছে নিজৰেই প্ৰতিদ্বন্দীক - বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহ সভা

এ আই ইউ ডি এফৰ পিছত এইবাৰ নাগৰিকত্ব সংশোধনী আইন চমুকৈ "কা" আন্দোলনক লৈ সৰৱ বিজেপিৰ বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক আঙুৰলতা ৷ আন্দোলনকাৰী সকলোৱে বিজেপি দলত অংশগ্ৰহণ কৰিলে বুলি মন্তব্য প্ৰাক্তন বিধায়িকাগৰাকীৰ ৷

angoorlata-urged-shivamani-to-join-bjp
আঙুৰলতাই কিয় আলিংগন কৰিবলগীয়া হ’ল নিজৰেই প্ৰতিদ্বন্দিক
author img

By

Published : Nov 22, 2021, 10:15 PM IST

তেজপুৰ, ২২ নৱেম্বৰ : নাগৰিকত্ব সংশোধনী আইন চমুকৈ "কা" বিৰোধী আন্দোলন এক নাটক আছিল । "কা" বিৰোধী আন্দোলনত নাটক কৰি বিজেপিত যোগদান কৰিছিল আন্দোলনকাৰীসকলে ৷ এই মন্তব্য বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ ৷

তেজপুৰত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহ সভাৰ এক প্ৰস্তুতি সভাত অংশগ্ৰহণৰ বাবে সোমবাৰে তেজপুৰত উপস্থিত হয় আঙুৰলতা ডেকা ৷ তেওঁ সভাখনত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ আগত এইদৰে "কা" বিৰোধী আন্দোলনকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

আঙুৰলতাই কিয় আলিংগন কৰিবলগীয়া হ’ল নিজৰেই প্ৰতিদ্বন্দিক

বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণভাৱে বটদ্ৰৱাৰ কংগ্ৰেছী বিধায়ক শিৱামণি বৰাও বিজেপিত যোগদান কৰিলে আপত্তি নাই বুলি উল্লেখ কৰি শিৱামণিক বিজেপিত যোগদান কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : ২০ জিলাৰ ৭০ শিক্ষকক মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ তলব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.