ETV Bharat / city

"ৰাজনীতি মোৰ প্ৰফেছন নহয় আৰু মোৰ ব্যৱসায় ও নহয়"-বৃন্দাবন গোস্বামী - AGP-BJP ALLIANCE

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসঙ্গত একেই স্থিতিত বৃন্দাবন গোস্বামী

বৃন্দাবন গোস্বামী
author img

By

Published : Mar 13, 2019, 8:46 PM IST

তেজপুৰ,১৩মাৰ্চ: "ৰাজনীতি মোৰ প্ৰফেছন নহয় আৰু মোৰ ব্যৱসায় ও নহয়"-এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা অগপ দলৰ জ্যেষ্ঠ নেতা তেজপুৰ সমষ্টিৰ বিধায়ক বৃন্দাবন গোস্বামীৰ । বুধবাৰে তেজপুৰ অগপ কাৰ্যালয়ত গুৱাহাটীলৈ যোৱাৰ প্ৰাকমুহূৰ্তত বিজেপি দলৰ লগত পুনৰ মিত্ৰতা হোৱাৰ সম্পৰ্কে এইদৰে মন্তব্য প্ৰকাশ কৰে জ্যেষ্ঠ অগপ নেতাজনে । তেওঁ জনায় যে মাজনিশা গোস্বামীৰ লগত ৰমেন কলিতাই ফোন কৰিহে মিত্ৰতা বিষয়টো অবগত হৈছিল । কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসঙ্গত জেষ্ঠ্য নেতাগৰাকী বৰ্তমানে ও একেই স্থিতিত আছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷

uncut .Brindaban goswami .

তেজপুৰ: ৰাজনীতি মোৰ প্ৰফেছন নহয় আৰু মোৰ ব্যৱসায় ও নহয়। এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা অগপ দলৰ জ্যেষ্ঠ নেতা তেজপুৰ সমষ্টিৰ বিধায়ক বৃন্দাবন গোস্বামীৰ ।আজি তেজপুৰ অগপ কাৰ্যালয়ত গুৱাহাটী লৈ যোৱাৰ আগমুহূৰ্তত ,মঙ্গলবাৰে নিশা বিজেপি দলৰ লগত পুনৰ মিত্ৰতা হোৱাৰ সম্পৰ্কে এইদৰে মন্তব্য প্ৰকাশ কৰে জ্যেষ্ঠ অগপ নেতা জনে ।তেওঁ জনায় যে মাজনিশা গোস্বামীৰ লগত ৰমেন কলিতাই ফোন কৰি জানিছিল ।
কিন্ত, নাগৰিকত্ব সংশোধনী বিধেয়ক কত প্ৰসঙ্গ ত গোস্বামী একে স্থিতিত আজিও , বাকী সকলো দিশতে আলোচনা ত মিলিত হব বুলি জানিব দিয়ে ।

Byte: বৃন্দাবন গোস্বামী, বিধায়ক তেজপুৰ ।

Pranab Kumar Das, Tezpur.
13/3/19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.