- শিৱসাগৰ জিলাৰ আমগুৰি পৌৰসভাৰ ১ নং ৱাৰ্ডৰ নিবাসী সমীৰ দত্তৰ বাসগৃহত উদ্ধাৰ চকৰী ফেটীটো ।
-
আজি পুৱা পাতি থোৱা ফান্দত সোমাই আবদ্ধ হৈ পৰিছিল সাপডাল
-
ঘটনাস্থলীত উপস্থিত হৈ সাপডাল উদ্ধাৰ কৰে বনবিভাগৰ লোকে
আমগুৰিত বিৰল প্ৰজাতিৰ চকৰী ফেটী উদ্ধাৰ
আমগুৰিত বিৰল প্ৰজাতিৰ চকৰী ফেঁটী উদ্ধাৰ - Assam
বহুদিন ধৰি ১ নং ৱাৰ্ডৰ এটা পৰিয়ালৰ পোহনীয়া কুকুৰা পোৱালি ভক্ষন কৰি চলাই আহিছিল সন্ত্ৰাস ।

আমগুৰিত বিৰল প্ৰজাতিৰ চকৰী ফেটী উদ্ধাৰ
- শিৱসাগৰ জিলাৰ আমগুৰি পৌৰসভাৰ ১ নং ৱাৰ্ডৰ নিবাসী সমীৰ দত্তৰ বাসগৃহত উদ্ধাৰ চকৰী ফেটীটো ।
-
আজি পুৱা পাতি থোৱা ফান্দত সোমাই আবদ্ধ হৈ পৰিছিল সাপডাল
-
ঘটনাস্থলীত উপস্থিত হৈ সাপডাল উদ্ধাৰ কৰে বনবিভাগৰ লোকে
আমগুৰিত বিৰল প্ৰজাতিৰ চকৰী ফেটী উদ্ধাৰ
Intro:Body:আমগুৰি, ২১ জুলাই:
আমগুৰিত বিৰল প্ৰজাতিৰ চকৰী ফেটী সাপ উদ্ধাৰ
আমগুৰি পৌৰসভাৰ ১ নং ৱাৰ্ডৰ নিবাসী সমীৰ দত্ত বাসগৃহত উদ্ধাৰ চকৰী ফেটী সাপটো
যোৱা কেইবাদিনো ধৰি পৰিয়ালটোৰ পোহনীয়া কুকুৰা পোৱালী ভক্ষন কৰি সন্ত্ৰাস চলাই আহিছিল
আজি সাপ ধৰা ফান্দত সোমাই চকৰী ফেটী সাপটো
ইতিমধ্যে আমগুৰি বন বিভাগৰ লোকে সাপটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
Conclusion: