ETV Bharat / city

আমগুৰিত উদ্ধাৰ হ'ল এগৰাকী অসহায় মহিলা - Old Lady found At Amguri

আমগুৰিৰ কছাৰী লাইনৰ পৰা নিশা উদ্ধাৰ এগৰাকী বৃদ্ধা মহিলা ৷ নিজকে বিহুবৰত ঘৰ বুলি পৰিচয় দিয়ে মহিলাগৰাকীয়ে ৷ ইতিমধ্যে বৃদ্ধাগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি আমগুৰি চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰে ।

ETV BHARAT
আমগুৰিত উদ্ধাৰ হ'ল এগৰাকী অসহায় মহিলা
author img

By

Published : May 28, 2020, 12:33 PM IST

আমগুৰি, 28 মেঃ শিৱসাগৰ জিলাৰ আমগুৰিৰ কছাৰী লাইনৰ পৰা উদ্ধাৰ এগৰাকী বৃদ্ধা মহিলা ৷ স্থানীয় ৰাইজে উদ্ধাৰ কৰে মহিলাগৰাকীক ৷

আমগুৰিত উদ্ধাৰ হ'ল এগৰাকী অসহায় মহিলা

শিৱসাগৰ জিলাৰ আমগুৰিৰ কছাৰী লাইনৰ পৰা নিশা উদ্ধাৰ কৰা হয় বৃদ্ধা মহিলাগৰাকীক ৷ আমগুৰিৰ কছাৰী লাইনত এখন দোকানৰ বাৰাণ্ডাত তেওঁক অসহায়ভাৱে বহি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে ৷ আনহাতে, ষাঠি উৰ্দ্ধৰ বৃদ্ধাগৰাকীক স্থানীয় লোকে খাদ্যৰো যোগান ধৰে ৷ মহিলাগৰাকীে বিহুবৰত ঘৰ বুলি পৰিচয় দিয়ে ৷ ইতিমধ্যে বৃদ্ধাগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি আমগুৰি চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰে ।

লগতে পঢ়ক- বিশ্বনাথত ভয়ংকৰ গৰাখহনীয়া শংকিত নৈপৰীয়া ৰাইজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.