ETV Bharat / city

তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

author img

By

Published : May 21, 2020, 1:33 PM IST

অসমৰ সম্পদ গেছ আৰু তৈল-ক্ষেত্ৰ ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ সন্দৰ্ভত তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনা অসমৰ ৷ শিৱসাগৰ জিলাৰ উপায়ুক্তক স্মাৰক পত্র প্ৰদান ৷

bir lachit xana assam
তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতা

শিৱসাগৰ, 21মেঃ কোভিড-১৯ ৰ আতংকময় পৰিৱেশৰ সুযোগ লৈ বিজেপি চৰকাৰে অ এন জি চি অসমৰ সম্পদ ৮ টাকৈ তৈলক্ষেত্ৰ বহিৰাগত বনিয়াক বিক্ৰী কৰাৰ যি চক্ৰান্ত কৰিছে সেই অসম বিৰোধী সিদ্ধান্ত কেতিয়াও মানি লোৱা নহয় বুলি স্পষ্ট কৰি দিছে বীৰ লাচিত সেনা অসমে । তৈল ক্ষেত্ৰ ৰক্ষাৰ বাবে বীৰ লাচিত সেনাৰ প্ৰতি জন সেনানী কাৰাগাৰলৈ যাবলৈ সাজু বুলি প্ৰকাশ কৰিছে সেনাৰ নেতা শৃংখল চলিহাই ।

তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতা

সেনাই ফেচিবাদী গেৰুৱা বিজেপি দলৰ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি সেনাই অনতিপলমে এই হঠকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰে । লগতে সেনাৰ কেন্দ্ৰীয় সভাপতি আৰু কেন্দ্ৰীয় সহ সচিবৰ নেতৃত্বত বুধবাৰে তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ বিৰোধিতা কৰি শিৱসাগৰৰ জিলা উপায়ুক্তক সেনাই এক স্মাৰক পত্র প্ৰদান কৰে সংগঠনটোবে ৷

লগতে পঢ়কঃ 17 মে' পৰ্যন্ত ভাৰতত নিবনুৱাৰ সংখ্যা 24 শতাংশঃ CMIE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.