ETV Bharat / city

শিৱসাগৰত শিলাবৃষ্টিৰ ভয়ংকৰ ৰূপ - hailstorm

শতাধিক পৰিয়ালৰ বিস্তৰ ক্ষতি

শিলাবৃষ্টিৰ পাচৰ দৃশ্য
author img

By

Published : Mar 6, 2019, 12:44 PM IST

শিৱসাগৰ, ৬ মাৰ্চ: মঙলবাৰে নিশা অহা এজাক প্ৰচণ্ড শিলাবৃষ্টিয়ে উজনি অসমৰ বিভিন্ন স্থানৰ লগতে শিৱসাগৰৰ বিভিন্ন ঠাইতোব্যাপক ক্ষতিসাধন কৰে ।

শিৱসাগৰত শিলাবৃষ্টিৰ ভয়ংকৰ ৰূপ
বিশেষকৈ শিৱসাগৰৰ আমগুৰিত ব্যাপক ক্ষয়-ক্ষতি পৰিলক্ষিত হয় । ডাঙৰ আকাৰৰ শিলে বহু ঘৰ-দুৱাৰৰক্ষতি কৰাৰ লগতে ধুমুহাৰ ফলত ভাঙি পৰে বহুকেইটা ঘৰ আৰু গছ-গছনি । এই প্ৰচণ্ড শিলাবৃষ্টিত আমগুৰিৰ হাফলুটিং, ন-পাম, খামুন, মলখুবচা আদি গাঁৱৰ শতাধিক পৰিয়ালৰ বয়-বস্তুৰ লগতে বিস্তৰ ক্ষতিসাধন হৈছে । ইপিনে বাতৰি সংগ্ৰহ কৰা সময়লৈকে প্ৰশাসনৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ একাংশ ৰাইজৰ ।

*উজনিৰ বিভিন্ন স্থানৰ লগতে শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত প্ৰচণ্ড শিলাবৃষ্টি-ব্যাপক ক্ষতি*
Story-FURIOUS_NATURE
Ananta smith
Sivasagar
6th March

A_SVR_06TH_MAR_801_FURIOUS_NATURE_ANANT

যোৱা নিশা শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত ভয়ংকৰ শিলাবৃষ্টিয়ে কোবাই যায়।শিৱসাগৰ জিলাৰ আমগুৰিত ব্যাপক ক্ষয়-ক্ষতি।ডাঙৰ আকাৰৰ শিলে বহু ঘৰৰ চাল ক্ষতি কৰাৰৰ লগতে ধুমুহাৰ ফলত ভাঙি পৰে বহু ঘৰ আৰু গছ-গছনি।আমগুৰিত নিশা প্ৰচণ্ড  শিলাবৃষ্টিত আমগুৰিৰ হাফলুটিং, ন-পাম নাথ গাঁও, খামুন, মলখুবচা আদি গাঁওৰ ৫০০শৰো অধিক পৰিয়াল আক্ৰান্ত হৈছে।এতিয়ালৈ প্ৰশাসনে পুনৰসংস্থাপনৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.