ETV Bharat / city

শিৱসাগৰত ক'ভিড ৰোগীৰ সংখ্যা 418 গৰাকীলৈ বৃদ্ধি

author img

By

Published : Jul 30, 2020, 7:40 PM IST

শিৱসাগৰত ক'ভিড ৰোগীৰ সংখ্যা 418 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বৰ্তমান 274 গৰাকী আৰোগ্য হৈ উঠাৰ বিপৰীতে 144 গৰাকী চিকিৎসাধীন হৈ আছে ৷

Covid positive cases in Sivasagar rise to 418
শিৱসাগৰত ক'ভিড ৰোগীৰ সংখ্যা 418 গৰাকীলৈ বৃদ্ধি

শিৱসাগৰ, 30 জুলাই : শিৱসাগৰ জিলাত বুধবাৰে 26 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ লগতে বৃহস্পতিবাৰে আক্ৰান্ত হৈছে 9 গৰাকী । ৰেপিড টেষ্টৰ জৰিয়তে এই লোকসকল ক'ভিড-19 ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷

ইয়াৰ ফলত জিলাখনত ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা 418 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে 274 গৰাকী ৰোগীক আৰোগ্য বুলি ঘোষণা কৰা হৈছে । বৰ্তমান 144 গৰাকী ক'ভিড আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে । আনহাতে,যোৱা নিশা অহা 25 জুলাইৰ টেষ্টত মুঠ 5 গৰাকী আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে । ইয়াৰে দুগৰাকী চিকিৎসক বুলি জানিবলৈ দিছে জিলা স্বাস্থ্য বিষয়াই ৷
লগতে পঢ়ক : আছুৰ নতুন ৰাজনৈতিক দলৰ সৈতে আগবাঢ়িব সংগ্ৰামী মঞ্চ: অদীপ কুমাৰ ফুকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.