ETV Bharat / city

বাঘজান বাগিচাত আৰ চি চি ড্ৰেইনৰ পকী দেৱাল ভাঙিলে দুৰ্বৃত্তই - অচিনাক্ত দুৰ্বৃত্তই

বাঘজান বাগিচাত নিশা দুৰ্বৃত্তই ভাঙিলে আৰ চি চি ড্ৰেইনৰ পকী দেৱাল ৷ ৰাজনৈতিক চক্ৰান্তত বিজেপিৰ বিৰোধীপক্ষই এনে কাৰ্য কৰাৰ অভিযোগ ৷

আৰ চি চি নলাৰ পকী দেৱাল ভাঙিলে দুৰ্বৃত্তই
author img

By

Published : Jun 7, 2019, 10:57 AM IST

আমগুৰি, ৭ জুন : বাঘজান বাগিচাত নিশা দুৰ্বৃত্তৰ তাণ্ডৱ ৷ নিৰ্মীয়মান অৱস্থাত থকা আৰ চি চি নলাৰ পকী দেৱাল ভাঙিলে দুৰ্বৃত্তই ৷ শিৱসাগৰ জিলাৰ আমগুৰি বাঘজান বাগিচাত নিশা অচিনাক্ত দুৰ্বৃত্তই আৰ চি চি নলাৰ পকী ৱাল ভাঙি চুৰমাৰ কৰি তাণ্ডৱ চলোৱা এই কাৰ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ৰাজনৈতিক চক্ৰান্তত বিজেপিৰ বিৰোধীপক্ষই এনে কাৰ্য কৰাৰ অভিযোগ উত্থাপিত হৈছে । চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত বৰবাম পঞ্চায়তে ২.৩০ লাখ টকীয়া আৰচিচি ড্ৰেইনৰ পকী দেৱাল নিৰ্মাণ কৰি থকা অৱস্থাতে নিশা অচিনাক্ত দুৰ্বৃত্তই পকীদেৱালৰ দুয়ো অংশ সম্পূৰ্ণৰূপে ভাঙি পেলায় ।

পঞ্চায়তৰ অধীনৰ উন্নয়নমূলক আঁচনি এনেদৰে দুৰ্বৃত্তই ভাঙি পেলোৱাত নিৰ্মাণকাৰ্যত নিয়োজিত স্থানীয় ব্যক্তি বীৰেন গোৱালাই আমগুৰি খণ্ড উন্নয়ন বিষয়াক অৱগত কৰে ৷ ইপিনে এই ঘটনা সন্দৰ্ভত স্থানীয় হালোৱাটিং আৰক্ষীক এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ৩ জুনতো দুৰ্বৃত্তই পকী দেৱালৰ বৃহৎ অংশ ভাঙি তাণ্ডৱ চলাইছিল ।

লগতে পঢ়ক - প্ৰতিকূল বতৰৰ বাবে পঞ্চম দিনাও নিৰুদ্দিষ্ট AN-32 বিমান উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি

Intro:Body:Wicked Atrocity in Amguri
Samiran Duarah
7/6/2019

আমগুৰি ৭ জুন:
A. V : বাঘজান বাগিচাত নিশা পুনৰ দুৰ্বৃত্তৰ তাণ্ডৱ
নিৰ্মিয়মান অৱস্থাত আৰচিচি ড্ৰেইনৰ সম্পূৰ্ণ পকী ৱাল ভাঙি তাণ্ডৱ
……………………………………………………………

V.Ö: শিৱসাগৰ জিলাৰ আমগুৰি বাঘজান বাগিচাত যোৱা নিশা অচিনাক্ত দুৰ্বৃত্তই আৰচিচি ড্ৰেইনৰ পকী ৱাল ভাঙি চূড়মাৰ কৰি তাণ্ডৱ চলোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ৰাজনৈতিক চক্ৰান্তত বিজেপিৰ বিৰোধীপক্ষই এনে কাৰ্য কৰাৰ অভিযোগ উত্থাপিত হৈছে।

চতুৰ্দ্দশ বিত্তীয় আয়োগৰ অধীনত বৰবাম পঞ্চায়তে ২.৩০ লাখ টকীয়া আৰচিচি ড্ৰেইনৰ পকী ৱাল নিৰ্মাণ কৰি থকা অৱস্থাতে নিশা অচিনাক্ত দুৰ্বৃত্তই পকী ৱালৰ দুয়ো দিশৰ সম্পূৰ্ণ অংশ ভাঙি পেলায়।
আজি পুৱা স্থানীয় লোকে পকী ৱাল নিৰ্মীয়মান অৱস্থাতে নিশা দুৰ্বত্তই ভাঙি পেলোৱা প্ৰত্যক্ষ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।
পঞ্চায়তৰ অধীনৰ উন্নয়ণমূলক আঁচনি দুৰ্বৃত্তই ভাঙি পেলোৱাত নিৰ্মাণকাৰ্যত নিয়োজিত স্থানীয় ব্যক্তি বীৰেন গুৱালাই আমগুৰি খণ্ড উন্নয়ণ বিষয়াক অৱগত কৰে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় হালোৱাটিং আৰক্ষীক এজাহাৰ দাখিল কৰিছে।
ইফালে যোৱা ৩ জুনতো দুৰ্বৃত্তই একে অংশতে পকী ৱালৰ বৃহৎ অংশ ভাঙি তাণ্ডৱ চলাইছিল। ঘটনা সন্দৰ্ভত ইতিমধ্যে হালোৱাটিং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
ৰাজনৈতিক ক্ষমতালোভী বিজেপিৰ বিৰোধীপক্ষৰ কোনো লোক এই ঘটনাত জড়িত থকা বুলি প্ৰকাশ কৰিছে। Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.