ETV Bharat / city

ব্ৰহ্মপুত্ৰই মৰুভূমি কৰা এটা অঞ্চল!

author img

By

Published : Jul 24, 2019, 12:55 PM IST

কেৱল কৃষিভূমিয়েই নহয় ৰূপহীমুখত নাই সুচল যাতায়ত ব্যৱস্থা

ব্ৰহ্মপুত্ৰই মৰুভূমি কৰা এটা অঞ্চল!

আমগুৰি, 24জুলাইঃ বাৰিষাৰ প্ৰথমটো বানে ধুই গ'ল শিৱসাগৰ জিলাৰ দিখৌমুখৰ ৰূপহীমুখ । মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ প্ৰথমটো বানে ১ নং ৰূপহীমুখ , ২নং ৰূপহীমুখ ,মিচিং গাঁঁওৰ এক বৃহৎ অঞ্চল ধুই নিয়াৰ পাছত এতিয়া আঞ্চলটোত সৃষ্টি হৈছে অৱনৰ্ণীয় পৰিস্থিতি । এক বিশেষ প্ৰতিবেদন...

ব্ৰহ্মপুত্ৰই মৰুভূমি কৰা এটা অঞ্চল!

আমগুৰি, 24জুলাইঃ বাৰিষাৰ প্ৰথমটো বানে ধুই গ'ল শিৱসাগৰ জিলাৰ দিখৌমুখৰ ৰূপহীমুখ । মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ প্ৰথমটো বানে ১ নং ৰূপহীমুখ , ২নং ৰূপহীমুখ ,মিচিং গাঁঁওৰ এক বৃহৎ অঞ্চল ধুই নিয়াৰ পাছত এতিয়া আঞ্চলটোত সৃষ্টি হৈছে অৱনৰ্ণীয় পৰিস্থিতি । এক বিশেষ প্ৰতিবেদন...

ব্ৰহ্মপুত্ৰই মৰুভূমি কৰা এটা অঞ্চল!
Intro:Body:Samiran Duarah
Amguri
24/7/2019

আমগুৰি, ২৪ জুলাই:
STORY_বানৰ পাছত আমগুৰিৰ ৰূপহীমুখত অবৰ্ণনীয় পৰিস্থিতি । কৃষিভূমি নহয় মৰুভূমি সদৃশ পৰিৱেশ । এফুট বালিৰ তলত কৃষকৰ সপোনৰ কৃষিভূমি।

V. O--- বাৰিষাৰ প্ৰথমটো বানে ধুই গ'ল শিৱসাগৰ জিলাৰ দিখৌমুখৰ ৰূপহীমুখ। মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ প্ৰথমটো বানে ১ নং ৰূপহীমুখ , ২নং ৰূপহীমুখ ,মিচিং গাঁঁওৰ এক বৃহৎ অঞ্চল ধুই নিয়াৰ পাছত এতিয়া আঞ্চলটোত সৃষ্টি হৈছে অৱনৰ্ণীয় পৰিস্থিতি । বানেধুৱা অঞ্চলটোৰ কৃষি ভূমিও এতিয়া একাঁঠূ বোকাৰ তলত ।

ব্ৰক্ষ্মপুত্ৰৰ প্ৰৱল বানত কৃষকৰ কৃষিভূমিৰ লগতে কঠীয়া বালিৰ পলসে পুটি পেলালে। কৃষকৰ কৃষিভূমিত ১ ফুট পৰ্যন্ত বালিৰ পলস পৰাত কৃষিৰ বাবে অনুপযোগী হৈ উঠিছে।
ফলত কৃষকে মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে।

কেৱল কৃষিভূমিয়েই নহয় ৰূপহীমুখ যোৱাৰ বাবে নাই সুচল যাতায়াত ব্যৱস্থা। বিচ্চিন্ন হৈ আছে সংযোগ। প্ৰলয়ংকাৰী বানে বাট-পথ উটুৱাই নিয়াৰ লগতে বৃহত
বৃহত গাঁতৰ সৃষ্টি কৰে। যাতায়াতৰ কোনো সুচল ব্যৱস্থা নথকাৰ বাবে স্বাস্থ্য, শিক্ষা সকলো ক্ষেত্ৰতে সংযোগ বিচিন্ন হৈ পৰিছে।

E. V--- বানপীড়িত লোকসকলে শাসনাধিষ্ঠিত চৰকাৰখনক শীঘ্ৰে বানপানী সমস্যা ৰোধ কৰিবলৈ দাবী জনাইছে।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.