ETV Bharat / city

লামডিং-শিলচৰ ৰেলপথত ভূমিস্খলনৰ ফলত মাইবাঙত আৱদ্ধ যাত্ৰীবাহী ৰেল - Train services stopped

পাহাৰ লাইনত ভূমিস্খলন হোৱাৰ ফলত বন্ধ হৈ পৰিল ৰেল চলাচল । লামডিং-শিলচৰ ৰেলপথত ভূমিস্খলন হোৱাৰ বাবেই মাইবাং ষ্টেচনত আৱদ্ধ হৈ পৰে আগৰতলাৰ পৰা বিহাৰ অভিমুখী এখন শ্ৰমিক ৰেল ।

লামডিং-শিলচৰ ৰেলপথত ভূমিস্খলনৰ ফলত মাইবাঙত আৱদ্ধ যাত্ৰীবাহী ৰেল

author img

By

Published : May 27, 2020, 2:02 PM IST

ডিমা হাছাও, 27 মে' : লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত ভূমিস্খলনৰ ফলত পাহাৰ লাইনত ৰেলৰ চলাচল বন্ধ হৈ পৰিছে ৷ মাইবাং ষ্টেচনত আৱদ্ধ হৈ আছে আগৰতলাৰ পৰা বিহাৰ অভিমুখে যোৱা এখন শ্ৰমিক ৰেল । যোৱা দুদিনৰ পৰা ধাৰাসাৰ বৰষুণৰ ফলত মাইবাং আৰু মুপাৰ মাজত মঙ্গলবাৰ ৰাতি হোৱা ভূমিস্খলনৰ ফলতেই ৰেলপথটো বন্ধ হৈ পৰে । ইতিমধ্যে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ সূত্ৰই জানিব দিয়া মতে এই ৰেলখনত প্ৰায় 200 শ্ৰমিক আৱদ্ধ হৈ আছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.