ETV Bharat / city

শিলচৰত প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ - প্ৰধান শিক্ষয়িত্ৰী ছন্দা দাস

বিদ্যালয়ৰ লগতে ঘৰৰ বিভিন্ন কাম-কাজত ছাত্ৰ-ছাত্ৰীসক ব্যৱহাৰ কৰাৰ অভিযোগ ৷ বিৰোধিতা কৰিলেই প্ৰধান শিক্ষয়িত্ৰীৰ ভাবুকি ভাবুকিৰ সন্মুখীন হয় ছাত্ৰ-ছাত্ৰী

প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী
author img

By

Published : Jun 1, 2019, 2:48 PM IST

শিলচৰ, 1 জুনঃ শিলচৰৰ কাটিগৰা শিক্ষাখণ্ডৰ অৰুণোদয় প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ছন্দা দাসৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক পাঠদানৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীক ঘৰুৱা কাম-কাজত নিয়োজিত কৰাৰ অভিযোগ ৷ স্কুলৰ লগতে ঘৰৰ বিভিন্ন কাম-কাজত ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰ কৰাৰ অভিযোগ অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলৰ ৷

প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী

তাৰোপৰি এই কথা বিৰোধিতা কৰিলে প্ৰধানশিক্ষয়িত্ৰী গৰাকীয়ে ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপন কৰে অভিভাৱক সকলে ৷ ঘটনা সন্দৰ্ভত বাৰে বাৰে কৰ্তৃপক্ষক জনোৱাৰ পিচতো কোনো ব্যৱস্থা নোলোৱাত বৰ্তমান প্ৰতিবাদৰ পথ বাচি লৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলে ৷

News Silchar  
কাটিগৰা শিক্ষা খণ্ডৰ অৰুনোদয় এল পি স্কুলৰ প্ৰধান শিক্ষিকা Chanda Das ৰ বিৰূদ্ধে  ছাত্র ছাত্ৰী দি নিজৰ ঘৰৰ কাম কাজ কৰাৰ অভিযোগ অভিবাবক সকলৰ ।তেওঁ লোকে কয় প্ৰধান শিক্ষিকা স্কুলৰ লগত নিজের ঘৰৰ কাম কৰিবলৈ বাধ্য কৰে স্কুলৰ ছাত্ৰ ছাত্ৰীক ।এই ঘটনাক কেন্দ্র কৰি প্ৰতিবাদ কৰিলে প্ৰধান শিক্ষিকা দম দি থাকে অভিবাবক সকলক। বাৰ বাৰ কৰ্তৃপক্ষক জাননী দিয়াৰ পাছতো একো কাজ কৰা নাই কৰ্ত্তৃপক্ষই ।
এতিয়া উপায় না পাই আন্দোলনৰ পথত আগ বাঢ়িছে অভিবাবক সকলে।
Footage ftp 
Slug Silchar School problem

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.