ETV Bharat / city

শিলচৰত সদ্য প্ৰকাশিত এন আৰ চিক লৈ অসন্তুষ্টি

author img

By

Published : Aug 31, 2019, 11:35 PM IST

আজি প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ শিলচৰৰ পঞ্চাশটা সংগঠনৰ ঐক্য মঞ্চ নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতিৰ ৷

শিলচৰত সদ্য প্ৰকাশিত এন আৰ চিক লৈ ক্ষোভ প্ৰকাশ

শিলচৰ, 31 আগষ্ট:

  • সদ্য প্ৰকাশিত এন আৰ চিক লৈ শিলচৰৰ নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতিৰ ক্ষোভ প্ৰকাশ
  • সংবাদমেল যোগৰে সংগঠনটোৱে তীব্ৰ সমালোচনা কৰিলে এন আৰ চিক
  • এই নাগৰিকপঞ্জী বিসংগতিপূৰ্ণ, ন্যায়সংগত নহয়: সভাপতি তপোধীৰ ভট্টাচাৰ্য
    শিলচৰত সদ্য প্ৰকাশিত এন আৰ চিক লৈ ক্ষোভ প্ৰকাশ
  • সংগঠনটোৰ অভিযোগ-ভূমিপুত্ৰ সকল বাদ পৰিছে এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা
  • এন আৰ চিৰ নামত অযথা বহু টকা নষ্ট কৰা হ'ল : তপোধীৰ ভট্টাচাৰ্য

Intro:প্ৰায় পঞ্চাশটা সংগঠনৰ জোট নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতি, আসামৰ কেন্দ্ৰীয় সমিতি সদ্য প্ৰকাশিত নাগৰিক পঞ্জী লৈ ক্ষোভ প্ৰকাশ কৰিছে । Body:প্ৰায় পঞ্চাশটা সংগঠনৰ জোট নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতি, আসামৰ কেন্দ্ৰীয় সমিতি সদ্য প্ৰকাশিত নাগৰিক পঞ্জী লৈ ক্ষোভ প্ৰকাশ কৰিছে । শিলচৰত আয়োজিত এখন সংবাদ মেলত সমিতিৰ কেন্দ্ৰীয় সভাপতি প্ৰাক্তন উপাচাৰ্য্য অধ্যাপক তপোধীৰ ভট্টাচাৰ্যয় কয়, এনআৰসি প্ৰস্তুত কৰিবলৈ গৈ বহু টকা পইচা খৰচ কৰি বহুা প্ৰতিশ্ৰুতি দিয়া হৈছিলি কিন্তু নাগৰিকপঞ্জী নিখুত নহয়, শুদ্ধ নহয় আনকি ন্যায়সঙ্গতও নহয়। lConclusion:
তেওঁ পিছত কয়, বহুবাৰ দেশ আৰু এই অঞ্চল ভাগ কৰি যি ঠাই ভাৰত তথা অসমৰ অন্তৰ্ভুক্ত কৰা হৈছে তাত যিসকল মানুহ আগতে আছিল আৰু আজি তেওঁৰ যিসকল পৰবৰ্তী উত্তৰাধিকাৰী আছে তেওঁ লোকক ভাৰতৰ নাগৰিকত্ব আৰু সকলো সাসুবিধা দিব লাগিব ।--- বাইট
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.