ETV Bharat / city

জীৱকূলৰ বাবে শিলচৰত এদল যুৱক-যুৱতী - উল্লেখনীয় পদক্ষেপ স্পৰ্শ নামৰ এটা সংগঠনৰ

শিলচৰত স্পৰ্শ নামৰ এটা সংগঠনে চহৰখনত থকা জীৱ-জন্তুবোৰক যোগান ধৰে খাদ্য ৷ দীৰ্ঘদিনৰ পৰাই সংগঠনটোৱে জীৱ-জন্তুক খাদ্য যোগান ধৰি অহাৰ কথা উল্লেখ ৷

silchar animal lover
জীৱকূলৰ বাবে শিলচৰত এদল যুৱক-যুৱতি
author img

By

Published : Mar 8, 2020, 9:05 PM IST

শিলচৰ, 8মাৰ্চ: স্বামী বিবেকানন্দৰ ''জীৱ প্ৰেম কৰে যিয়ে,সিয়েই লাভ কৰে ঈশ্বৰক''এই মন্ত্ৰফাকিৰে এক উল্লেখনীয় পদক্ষেপ হাতত লয় স্পৰ্শ নামৰ এটা সংগঠনে ৷ দেওবাৰে এই সংগঠনটোৰ সদস্যসকলে শিলচৰৰ ৰাজপথত থকা কুকুৰ, গৰু আদি জীৱক যোগান ধৰে খাদ্য ৷

জীৱকূলৰ বাবে শিলচৰত এদল যুৱক-যুৱতি

উল্লেখ্য যে, এই সংগঠনটোৰ সদস্যসকলে দীৰ্ঘদিন ধৰি শিলচৰৰ ৰাজপথত থকা জীৱ-জন্তুবোৰক যোগান ধৰি আহিছে খাদ্য ৷ সদস্যসকলৰ মন্তব্য অনুসৰি, মানুহৰ বাবে বহু সংগঠন আছে ৷ কিন্তু জীৱ-জন্তুৰ বাবে কোনো নাই ৷ যাৰ বাবে তেওঁলোকে এই জীৱকূলক সহায় কৰাৰ উদ্দেশ্যৰে ৰাজপথলৈ ওলাই আহিছে ৷

অধিক খবৰৰ বাবে: বৰপেটাৰ দৌল মহোৎসৱ অংশগ্ৰহণ ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.