ETV Bharat / city

অতি শীঘ্ৰে পাৰ্কিং নথকা বিবাহ ভৱন, শ্বপিং মলক নাকী লগাব শিলচৰ প্ৰশাসনে!! - অতি শীঘ্ৰে পাৰ্কিং নথকা বিবাহ ভৱন, শ্বপিং মলক নাকী লগাব শিলচৰ প্ৰশাসনে!!

ইটিভি ভাৰতৰে হোৱা বাৰ্তালাপত এই কথা জনালে শিলচৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাসে ৷

অতি শীঘ্ৰে পাৰ্কিং নথকা বিবাহ ভৱন, শ্বপিং মলক নাকী লগাব শিলচৰ প্ৰশাসনে!!
author img

By

Published : Nov 25, 2019, 7:26 PM IST

শিলচৰ, 25 নৱেম্বৰ: অৱশেষত শিলচৰ চহৰৰ পাৰ্কিং ব্যৱস্থাবিহীন বিবাহ ভৱন,শ্বপিং মলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে শিলচৰ প্ৰশাসন ৷ অতি শীঘ্ৰে চহৰখনৰ পাৰ্কিং নথকা বিবাহ ভৱন, শ্বপিং মলক নাকী লগাব শিলচৰ প্ৰশাসনে ৷ সোমবাৰে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত এই কথা সদৰী কৰিলে শিলচৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাসে ৷ তেওঁ কয় যে চহৰখনত বিগত কেইমাহমানৰ পৰা ব্যাপক হাৰত গঢ়লৈ উঠিছে একাশ শ্বপিং মল আৰু বিবাহ ভৱন য'ত নাই কোনো পাৰ্কিংৰ ব্যৱস্থা যাৰ ফলস্বৰূপে চহৰৰখনৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে ব্যাপক ট্ৰেফিক জামৰ ৷ যাৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে চহৰখনৰ সৰ্বসাধাৰণ ৰাইজে ৷

অতি শীঘ্ৰে পাৰ্কিং নথকা বিবাহ ভৱন, শ্বপিং মলক নাকী লগাব শিলচৰ প্ৰশাসনে!!

ইফালে কেৱল পাৰ্কিং ব্যৱস্থাই নহয় ইয়াৰে বহুতো শ্বপিং মল আৰু বিবাহ ভৱনত নাই অত্যৱশ্যকীয় জুই নিয়ন্ত্ৰণৰ ব্যবস্থা লগতে আছে আন বহুতো ক্ৰুতি-বিচ্যুতি ৷ ইমানবোৰৰ পাছতো কি দৰে এইসমূহ বিবাহ ভৱন তথা শ্বপিং মলে অনুজ্ঞা পত্ৰ পালে তাক লৈ এতিয়া উত্থাপিত হৈছে প্ৰশ্নৰ ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাসে ইতিমধ্যে সাংবাদিকৰ আগত এই সকলোবোৰ নিৰীক্ষণ কৰা হ'ব বুলি আশ্বাস দিছে ৷ এতিয়া এই নিয়ম নমনা বিবাহ ভৱন আৰু শ্বপিং মলৰ বিৰুদ্ধে শিলচৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়াহে লক্ষণীয় হ'ব ৷

আৰু পঢ়ক: আন্ত:ৰাষ্ট্ৰীয় গাণিতিক বুদ্ধিমত্তাৰ পৰীক্ষাত বৰপেটাৰোডৰ শিশুৰ সাফল্য

Intro:Steps against Banquet hallsBody:

শিলচৰ চহৰৰ বিভিন্ন ঠাইত পাৰ্কিংৰ ব্যবস্থা ন'থকা বিবাহ ভবন, ব্যঙ্কোৱেট হল আৰু শপিং মলৰ বিৰুদ্ধে শীঘ্ৰেই ব্যবস্থা লোৱা হব বুলি জনাইছে অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাসে। তেওঁ কয়, প্ৰয়োজনৰ বাবে এই বোৰ হল, ভবন গড়ি উঠিছে, বেহা কৰি আছে কিন্তু প্ৰয়োজনীয় পাৰ্কিংৰ ব্যবস্থা কৰিব পৰা নাই, জুই নিয়ন্ত্ৰণৰ ব্যবস্থা নাই, এনে বহু ত্ৰুটি বিচ্যুতি আছে। এইবোৰ থকাৰ পিছত কি দৰে অনুজ্ঞা পত্ৰ পালে চাব লাগিব। শীঘ্ৰেই পদক্ষেপ লোৱা হব বুলি তেওঁ জনাইছে। --- Conclusion:Bite add sp jogodish das
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.