শিলচৰ, 7 নৱেম্বৰ: বুধবাৰে নিশা শিলচৰৰ অসম-মণিপুৰ সীমান্তৰ লালপানী বজাৰত সংঘটিত হল এক বিধ্বংসী অগ্নিকাণ্ড ৷ এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত বজাৰখনত থকা দহখনৰো অধিক দোকানৰ ওপৰিও বহু বাসগৃহ জুইৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰে পাচখন দোকান সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত হৈছে ৷ ঘটনা অনুসৰি পোন প্ৰথমে এখন হোটেলৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে আৰু পাছলৈ তাৰ পৰা আন ঠাইসমূহত বিয়পি পৰে ৷ অৱশেষত বহুসময়ৰ পাছত স্থানীয় লোকসকলে তৎপৰতাৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ৷ এই অগ্নিকাণ্ডটোৰ ফলত বহু কোটি টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে বুলি অনুমান কৰা হৈছে ৷
শিলচৰত বিধ্বংসী অগ্নিকাণ্ড - silachar major fire took place at laal bazar near assam manipur border
অসম মণিপুৰ সীমান্তৰ লালপানি বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷
শিলচৰ, 7 নৱেম্বৰ: বুধবাৰে নিশা শিলচৰৰ অসম-মণিপুৰ সীমান্তৰ লালপানী বজাৰত সংঘটিত হল এক বিধ্বংসী অগ্নিকাণ্ড ৷ এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত বজাৰখনত থকা দহখনৰো অধিক দোকানৰ ওপৰিও বহু বাসগৃহ জুইৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰে পাচখন দোকান সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত হৈছে ৷ ঘটনা অনুসৰি পোন প্ৰথমে এখন হোটেলৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে আৰু পাছলৈ তাৰ পৰা আন ঠাইসমূহত বিয়পি পৰে ৷ অৱশেষত বহুসময়ৰ পাছত স্থানীয় লোকসকলে তৎপৰতাৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ৷ এই অগ্নিকাণ্ডটোৰ ফলত বহু কোটি টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে বুলি অনুমান কৰা হৈছে ৷
অসম মণিপুৰ সীমান্তৰ লালপানি বজাৰত যোৱা ৰাতি এক বিধ্বংসী অগ্নিকাণ্ড সংগঠিত হৈছে। এই অগ্নিকাণ্ডৰ ফলত বজাৰত থকা দশখনৰ বেশি বাড়ি আৰু দোকান ঘৰৰ জ্বলি ক্ষতিগ্ৰস্থ হৈছে। তাৰ মাজত পাঁচ খন দোকান সম্পূৰ্ণ ভষ্মীভূত হৈ গৈছে। এখন হোটেলত পোন প্ৰথমে জুই দেখা পোৱা গৈছিল। স্থানীয় লোকজন বহু চেষ্টা কৰি জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। জুই লগাৰ কাৰণ জানিব পৰা নাই। অনুমান কৰা হৈছে এই অগ্নিকাণ্ডৰ ফলত কোটি টকাৰ বেশি ক্ষতিগ্ৰস্থ হৈছে।Conclusion:ক্ষতি হৈছে বহু টকাৰ সম্পত্তি।