ETV Bharat / city

শিলচৰত হীৰেণ গোহাঁইৰ পুত্তলিকা দাহ - ৰ্জিল ইমামক সমৰ্থন দিয়াৰ বাবে হীৰেণ গোহাঁইৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন

শিলচৰ চহৰত পুত্তলিকা দাহ বাঁওপন্থী বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ । শ্বাৰ্জিল ইমামক সমৰ্থন দিয়াৰ বাবে হীৰেণ গোহাঁইৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ৷

শিলচৰত হীৰেণ গোহাঁইৰ পুত্তলিকা দাহ
শিলচৰত হীৰেণ গোহাঁইৰ পুত্তলিকা দাহ
author img

By

Published : Feb 1, 2020, 11:01 PM IST

শিলচৰ, 1 ফেব্ৰুৱাৰীঃ শিলচৰত হীৰেণ গোহাঁইৰ বিৰুদ্ধে প্ৰতিবাদ ৷ দাহ কৰা হ’ল অসমৰ বাঁওপন্থী বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ পুত্তলিকা । শনিবাৰে শিলচৰ চহৰৰ মাজমজিয়াত থকা শ্বহীদ ক্ষুধীৰাম বসুৰ মূৰ্তিৰ তলত থিয় হৈ শ্বাৰ্জিল ইমামক সমৰ্থন দিয়া হীৰেণ গোহাঁইৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে ৷ লগতে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে ।

হীৰেণ গোহাঁইৰ পুত্তলিকা দাহ

উল্লেখ্য যে, ড৹ গোঁহাইয়ে শ্বাৰ্জিল ইমামে ‘যৌৱনৰ উন্মাদনাত’ ‘অসমক ভাৰতৰ পৰা বিচ্ছিন্ন’ কৰাৰ কথা কৈছে বুলি কোৱাৰ পাচতেই তেওঁৰ বিৰুদ্ধে সৰৱ হৈ উঠে বিভিন্ন দল সংগঠন ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড৹ গোঁহাইৰ বিৰুদ্ধে তৰা হৈছে গোচৰ ৷

Intro:হীৰেণ গোহাঁইৰ পুত্তলিকা দাহ

শিলচৰ চহৰত দাহ কৰা হল বাঁওপন্থী বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ পুত্তলিকা। আজি হিন্দু যুব ছাত্ৰ পৰিষদ, অসম'ৰ শিলচৰ শাখা চহৰৰ মাঝমজিয়াত থকা শ্বহীদ ক্ষুধীৰাম বসুৰ মূৰ্তিৰ তলত থিয় হৈ দেশবিৰোধী ছাৰ্জিল ইমামক সমৰ্থন দিয়াৰ বাবে হীৰেণ গোহাঁইৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে। তেওঁ পিছত গোহাঁইৰ পুত্তলিকা দাহ কৰে আৰু অনতিপলমে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে।Body:হীৰেণ গোহাঁইৰ পুত্তলিকা দাহ

শিলচৰ চহৰত দাহ কৰা হল বাঁওপন্থী বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ পুত্তলিকা। আজি হিন্দু যুব ছাত্ৰ পৰিষদ, অসম'ৰ শিলচৰ শাখা চহৰৰ মাঝমজিয়াত থকা শ্বহীদ ক্ষুধীৰাম বসুৰ মূৰ্তিৰ তলত থিয় হৈ দেশবিৰোধী ছাৰ্জিল ইমামক সমৰ্থন দিয়াৰ বাবে হীৰেণ গোহাঁইৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে। তেওঁ পিছত গোহাঁইৰ পুত্তলিকা দাহ কৰে আৰু অনতিপলমে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে।Conclusion:হীৰেণ গোহাঁইৰ পুত্তলিকা দাহ

শিলচৰ চহৰত দাহ কৰা হল বাঁওপন্থী বুদ্ধিজীৱী হীৰেণ গোহাঁইৰ পুত্তলিকা। আজি হিন্দু যুব ছাত্ৰ পৰিষদ, অসম'ৰ শিলচৰ শাখা চহৰৰ মাঝমজিয়াত থকা শ্বহীদ ক্ষুধীৰাম বসুৰ মূৰ্তিৰ তলত থিয় হৈ দেশবিৰোধী ছাৰ্জিল ইমামক সমৰ্থন দিয়াৰ বাবে হীৰেণ গোহাঁইৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে। তেওঁ পিছত গোহাঁইৰ পুত্তলিকা দাহ কৰে আৰু অনতিপলমে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.