ETV Bharat / city

শিলচৰত কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱ - নিৰ্বাচনী সভা

শিলচৰৰ এখন নিৰ্বাচনী সভাত কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱে অংশগ্ৰহণ কৰি জনসাধাৰণৰ ওচৰত সদায় থকাৰ আশ্বাস দিয়ে

শিলচৰত কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱ
author img

By

Published : Apr 12, 2019, 12:25 PM IST

শিলচৰ,১২ এপ্ৰিলঃ বৃহস্পতিবাৰে নিশা শিলচৰত উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱ । শিলচৰ চহৰৰ মালুগ্ৰামত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে দেৱে । সভাত উপস্থিত হৈ বিজেপি প্ৰাৰ্থী ৰাজদীপ ৰায়ক সমালোচনা কৰি কয়, শিলচৰৰ সমস্যা হ'লে আন কোনো উপস্থিত হয়,নহয় নাজানো কিন্তু মই নিশ্চয় উপস্থিত হ'ম । লগতে মোডীক চাই ভোট দিলে মোডীয়ে আপোনালোকৰ ওচৰত কেতিয়াও নাহে বুলিও মন্তব্য কৰে দেৱে ।

শিলচৰত কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱ

আনহাতে,নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰিও সুস্মিতা দেৱে কয়, "২০১৪ চনৰ ভোটাৰ তালিকাৰ অনুসৰি যি সকলে ভোটদান কৰিছে তাৰ ভিত্তিতেই নাগৰিকত্ব প্ৰদান কৰিব লাগিব " । সুস্মিতা দেৱে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰে শিলচৰৰ সভাত অংশগ্ৰহণ কৰে ।

News Silchar 
শিলচৰৰ কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেব আজি ৰাতি শিলচৰ চহৰৰ মালুগ্ৰামত এখন নিৰ্বাচনী সভাত বিজেপি প্ৰাৰ্থী ডাক্তাৰ ৰাজদীপ ৰায়ৰ বক্তব্যৰ সমালোচনা কৰি কয়, শিলচৰৰ সমস্যা হলে তেও ৰাইজৰ কাছত থিয় হব, মোদিক চাই ভোট দিলে মোদি আহি থিয় নহব| পিছত নাগৰিকত্ব সংশোধনী বিল লৈ কয়, ২০১৪ সনৰ ভোটাৰ তালিকাৰ ভিত্তিত যি সকলে ভোটদান কৰিছে তাৰ ভিত্তিতে নাগৰিকত্ব প্ৰদান কৰিব লাগিব, তেও সংসদত এই বক্তব্য দাঙি দৰিছে...বাইট
পাঁচগ্ৰাম কাগজ কল, ডিটেনচন কেম্প আদি লৈ প্ৰধানমন্ত্ৰী একো মন্তব্য নকৰাৰ বাবে তেও নৰেন্দ্ৰ মোদিৰ তীখা সমালোচনা কৰে...বাইট
Footage FTP 
Slug Silchar Susmita 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.