ETV Bharat / city

শিলচৰত উত্তেজনাময় পৰিৱেশ - SILCHAR

শিলচৰত দুই ফৈদৰ মাজত ভয়ংকৰ সংঘৰ্ষ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰবৰ বুলেটৰ প্ৰয়োগ আৰক্ষীৰ ৷

শিলচৰত উত্তেজনাময় পৰিৱেশ
শিলচৰত উত্তেজনাময় পৰিৱেশ
author img

By

Published : Aug 2, 2020, 11:37 PM IST

Updated : Aug 3, 2020, 12:58 AM IST

  • শিলচৰত দুই ফৈদৰ মাজত ভয়ংকৰ সংঘৰ্ষ
  • শিলচৰৰ গণিয়ালা অঞ্চলত সংঘটিত হৈছে এই সংঘৰ্ষ
  • ঘটনাস্থলীত আৰক্ষী, নিৰাপত্তা বাহিনীৰ দল উপস্থিত
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ ৰবৰ বুলেট প্ৰয়োগ
    শিলচৰত দুই ফৈদৰ মাজত ভয়ংকৰ সংঘৰ্ষ
  • সংঘৰ্ষৰ মূলত কাৰণ বাক-বিতণ্ডা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে
  • ক্ষতিগ্ৰস্ত বহু কেইটা বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান
  • অঞ্চলটোত অনিৰ্দিষ্ট কাললৈ সান্ধ্য আইন ঘোষণা
  • উচতনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থকাৰ আহ্বান উপ মহাপৰিদৰ্শকৰ
  • সকলো বিষয়ৰ তদন্ত কৰা হ’ব বুলি উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে

Last Updated : Aug 3, 2020, 12:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.