ETV Bharat / city

শিলচৰত বেটি বচাও,বেটি পঢ়াও সজাগতা ৰেলী - জিলা উপায়ুক্ত বৰ্ণালী শৰ্মা

ৰাষ্ট্ৰীয় কন্যা দিৱস উপলক্ষে নাৰীৰ সম অধিকাৰ,ভ্ৰুণ হত্যা আদি বিৰুদ্ধে সজাগতা বৃদ্ধি কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে শিলচৰত বাহিৰ কৰা হয় বেটি বচাও,বেটি পঢ়াও কাৰ্যসূচী ৷

শিলচৰত বেটি বচাও, বেটি পঢ়াও সজাগতা ৰেলী
শিলচৰত বেটি বচাও, বেটি পঢ়াও সজাগতা ৰেলী
author img

By

Published : Jan 24, 2020, 6:47 PM IST

শিলচৰ, 24 জানুৱাৰীঃ শিলচৰত শুকুৰবাৰে কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় বেটি বচাও বেটি পঢ়াও কাৰ্যসূচী ৷ এই উপলক্ষে জিলা উপায়ুক্তৰ কাৰ্যালয়ত শপত বাক্য পাঠ কৰোৱা হয় ৷ এই কাৰ্যসূচীত জিলা উপায়ুক্ত বৰ্ণালী শৰ্মাৰ উপস্থিতিত সকলোকে নাৰী পুৰুষৰ সমতা,কণ্যা শিশুক স্বাগতম জনোৱা ইত্যাদি শপত বাক্য পাঠ কৰোৱা হয়। ইয়াৰ পাচতেই উপায়ুক্তৰ অফিচৰ পৰা এটা বিশাল সমদল উলিয়াই মহিলা সুৰক্ষা আৰু নাৰী শিক্ষাৰ বাৰ্তা প্ৰদান কৰে।

ৰাষ্ট্ৰীয় কন্যা দিৱস উপলক্ষ্য শিলচৰত বেটি বচাও, বেটি পঢ়াও সজাগতা ৰেলী

উল্লেখ্য যে,ছোৱালীক দেশত আগবঢ়োৱাৰ বাবে ভাৰত চৰকাৰে 2015 চনৰ পৰা বেটি বচাও বেটি পঢ়াও সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷

Intro:NEWS Silchar 24Jan.. শিলচৰতে বেটি বচাও, বেটি পড়াও Body:NEWS Silchar 24Jan.. শিলচৰতে বেটি বচাও, বেটি পড়াও

কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি শিলচৰ চহৰত বেটি বচাও বেটি পড়াও কৰ্মসূচি পালন কৰা হৈছে। এই উপলক্ষ্যে জিলা উপায়ুক্তৰ অফিচত এটা জমায়েত আৰু শপত বাক্য পাঠ কৰা হৈছে। জিলা উপায়ুক্ত বৰ্ণালী শৰ্মা উপস্থিত সকলকে নাৰী পুৰুষৰ সমতা, পণ নলোয়া, ছোৱালী জন্মক স্বাগত জনোৱাৰ শপত বাক্য পাঠ কৰাইছে।পিছত জিলা উপায়ুক্তৰ অফিচৰ পৰা এক বিশাল সমদল আয়োজন চহৰৰ বিভিন্ন পথ পৰিক্ৰমা কৰে আৰু লগতে মহিলা সুৰক্ষা আৰু নাৰী শিক্ষাৰ বাৰ্তা প্ৰদান কৰে। ---- বক্তব্যConclusion:NEWS Silchar 24Jan.. শিলচৰতে বেটি বচাও, বেটি পড়াও

কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি শিলচৰ চহৰত বেটি বচাও বেটি পড়াও কৰ্মসূচি পালন কৰা হৈছে। এই উপলক্ষ্যে জিলা উপায়ুক্তৰ অফিচত এটা জমায়েত আৰু শপত বাক্য পাঠ কৰা হৈছে। জিলা উপায়ুক্ত বৰ্ণালী শৰ্মা উপস্থিত সকলকে নাৰী পুৰুষৰ সমতা, পণ নলোয়া, ছোৱালী জন্মক স্বাগত জনোৱাৰ শপত বাক্য পাঠ কৰাইছে।পিছত জিলা উপায়ুক্তৰ অফিচৰ পৰা এক বিশাল সমদল আয়োজন চহৰৰ বিভিন্ন পথ পৰিক্ৰমা কৰে আৰু লগতে মহিলা সুৰক্ষা আৰু নাৰী শিক্ষাৰ বাৰ্তা প্ৰদান কৰে। ---- বক্তব্য
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.