ETV Bharat / city

উপ-নিৰ্বাচনঃ ৰাতাবাৰী সমষ্টিৰ এক পৰ্যবেক্ষণ - By Election

মুলতঃ চাহ জনগোষ্ঠীয় ভোটাৰে ৰাতাবাৰী সমষ্টিত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে ।  আনহাতে বাহিৰৰ পৰা প্ৰাৰ্থী প্ৰদান কৰাৰ ফলত বিজেপিৰ ভিতৰচ'ৰাত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে ।  ইয়াৰ মাজতে সিংহভাগ মুচলমান ভোটাৰৰ লগতে চাহ জনগোষ্ঠীয় লোকৰ গৰিষ্ঠ সংখ্যক ভোট লাভ কৰিলে কংগ্ৰেছে পুনৰবাৰ ৰাতাবাৰী সমষ্টি দখল কৰিবলৈ সক্ষম হ'ব ।

ৰাতাবাৰীত কোনে মাৰিব হাঁহি?
author img

By

Published : Oct 3, 2019, 6:17 PM IST

Updated : Oct 3, 2019, 6:35 PM IST

কৰিমগঞ্জ,3অক্টোবৰঃ ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ তুংগত উঠিছে কংগ্ৰেছ বিজেপিৰ প্ৰচাৰ অভিযান । ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ জমি উঠিছে প্ৰতিদ্বন্দী দুই দলৰ প্ৰচাৰ অভিযান । বিজেপিয়ে যদি সাংগঠনিক পৰ্যায়ত প্ৰচাৰ চলাইছে তেন্তে কংগ্ৰেছে ইতিমধ্যে ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ।

কাৰ কাৰ মাজত হ'ব যুঁজ

মুলতঃ ৰাতাবাৰী সমষ্টিত এইবাৰ কংগ্ৰেছৰ বাবে যদি অস্তিত্ব ৰক্ষাৰ যুঁজ তেন্তে বিজেপিৰ বাবে এই উপ-নিৰ্বাচন আত্মসম্মান ৰক্ষাৰ যুঁজ । উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বিজয় মালাকাৰক । বিজয় মালাকাৰ মুলতঃ সমষ্টিটোৰ বাহিৰৰ লোক । আনহাতে কেশব প্ৰশাদ ৰজক নামৰ এগৰাকী স্থানীয় প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে । বিজেপিয়ে পচন্দ হিন্দু বঙালী আৰু কংগ্ৰেছৰ চাহ জনগোষ্ঠীৰ লোক ৷ শৈক্ষিক দিশৰ পৰা চাবলৈ গ'লে বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰ হৈছে সংস্কৃত টুলৰ পৰা মেট্ৰিক উত্তীৰ্ণ। আৰু কংগ্ৰেছে প্ৰাৰ্থী কেশব ৰজক হৈ স্নাতক উত্তীৰ্ণ ।

ভোটাৰৰ পৰিসংখ্যা

যিহেতু ৰাতাবাৰী সমষ্টিত এইবাৰ নাই এআইইউডিএফএৰ কোনো প্ৰাৰ্থী। 1 লাখ 62 হেজাৰ ভোটাৰ থকা ৰাতাবাৰী সমষ্টিৰ মুচলমান ভোটাৰৰ সংখ্যা হৈছে 54 হাজাৰ । চাহ জনগোষ্ঠীয় ভোটাৰ হৈছে 35 হাজাৰ । একেদৰে হিন্দু বঙালী ভোটাৰৰ সংখ্যা হৈছে প্ৰায় 60 হেজাৰ । হিন্দু বঙালী ভোটাৰৰ মাজত আছে কেবাটাও শ্ৰেণী বিভাজন । মনিপুৰী ভোটাৰৰ সংখ্যা হৈছে 12500 উপজাতি ভোটাৰ হৈছে 3600 ৷

ৰাতাবাৰী সমষ্টিৰ ভোটাৰৰ পৰিসংখ্যা

মুঠ ভোটাৰ 1 লাখ 62 হাজাৰ

ভোটাৰ মুঠ সংখ্যা
মুচলমান ভোটাৰ 54 হাজাৰ গৰাকী
চাহ জনগোষ্ঠীয় ভোটাৰ 35 হাজাৰ গৰাকী
হিন্দু বঙালী ভোটাৰ 60 হাজাৰ গৰাকী
মনিপুৰী ভোটাৰ 12 হাজাৰ 500 গৰাকী
অন্যান্য 3600 গৰাকী

মুলতঃ চাহ জনগোষ্ঠীয় ভোটাৰে ৰাতাবাৰী সমষ্টিত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে । আনহাতে বাহিৰৰ পৰা প্ৰাৰ্থী প্ৰদান কৰাৰ ফলত বিজেপিৰ ভিতৰচ'ৰাত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে সিংহভাগ মুচলমান ভোটাৰৰ লগতে চাহ জনগোষ্ঠীয় লোকৰ গৰিষ্ঠ সংখ্যক ভোট লাভ কৰিলে কংগ্ৰেছে পুনৰবাৰ ৰাতাবাৰী সমষ্টি দখল কৰিবলৈ সক্ষম হ'ব ।

ৰাতাবাৰী সমষ্টিৰ উপ-নিৰ্বাচনত কোন দলে শেষ হাঁহি মাৰিব সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব 24 অক্টোবৰলৈ ৷

Intro:Body:SLUG : ELECTION CAMPAIGN.

ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপনিৰ্বানচ লৈ তুংগত উঠিছে  কংগ্ৰেছ বিজেপিৰ প্ৰচাৰ অভিযান ।

ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপনিৰ্বানচন লৈ জমি উঠিছে প্ৰতিদ্বন্দী দুই দলৰ প্ৰচাৰ অভিযান । বিজেপিয়ে যদি সাংগঠনিক পৰ্যায়ত প্ৰচাৰ চলাইছে তেন্তে কংগ্ৰেছে ইতিমধ্যে ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । মুলত ৰাতাবাৰী সমষ্টিত এইবাৰ কংগ্ৰেছৰ বাবে যদি অস্তিত্ব ৰক্ষাৰ যুঁজ তেন্তে বিজেপিৰ বাবে এই উপনিৰ্বানচন হৈছে  আত্মসম্মান ৰক্ষাৰ যুঁজ । উপনিৰ্বানচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বিজয় মালাকাৰ'ক । বিজয় মালাকাৰ মুলত  সমষ্টিৰ বাহিৰৰ লোক । আনহাতে কংগ্ৰেছে এইবাৰ প্ৰাৰ্থী হিচাপে কেশব প্ৰশাদ ৰজক নামৰ স্থানীয় এগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে । বিজেপিয়ে যদি হিন্দু বঙালী প্ৰাৰ্থী প্ৰদান কৰিছে তেন্তে কংগ্ৰেছে প্ৰেৰণ কৰিছে চাহ জনগোষ্ঠীয় প্ৰাৰ্থী । 

যিহেতু ৰাতাবাৰী সমষ্টিত এইবাৰ এআইইউডিএফ এ প্ৰাৰ্থী প্ৰদান কৰা নাই সেয়ে যুঁজ হব এইবাৰ কংগ্ৰেছ আৰু বিজেপিৰ মাজত । 1 লাখ 62 হেজাৰ ভোটাৰ থকা ৰাতাবাৰী সমষ্টিৰ ভোট পৰিসংখ্যান যদি ক'বলৈ যাওঁ তেন্তে সমষ্টিটোত মুছলিম ভোটাৰৰ সংখ্যা আছে 54 হেজাৰ । চাহ জনগোষ্ঠীয় ভোটাৰ হৈছে 35 হেজাৰ । হিন্দু বঙালী ভোটাৰৰ সংখ্যা হৈছে প্ৰায় 60 হেজাৰ । হিন্দু বঙালী ভোটাৰৰ মাজত আছে কেবাটাও শ্ৰেণী বিভাজন । মনিপুৰী ভোটাৰৰ সংখ্যা হৈছে 12500 উপজাতি ভোটাৰ হৈছে 3600, 

মুলত চাহ জনগোষ্ঠীয় ভোটাৰে ৰাতাবাৰী সমষ্টিত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে । ইপিনে বিজেপি প্ৰাৰ্থীয়ে নিজকে স্থানীয় হোৱাৰ আশ্বাস দি ভোটাৰৰ কাখ চাপিবলৈ চেষ্টা চলোৱাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে নিজকে ভূমিপুত্ৰ হিচাপে ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে । আনহাতে বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰ হৈছে সংস্কৃত টুলৰ পৰা মেট্ৰিক পাছ । আৰু কংগ্ৰেছে প্ৰাৰ্থী কেশব ৰজক হৈ স্নাতক উত্তীৰ্ণ । আনহাতে বাহিৰৰ পৰা প্ৰাৰ্থী প্ৰদান কৰাৰ ফলত বিজেপিৰ ভিতৰচৰাত তীব্ৰ ক্ষোভৰ সঞ্চাৰ ঘটিছে । মোট কথাত সিংহভাগ মুছলিম ভোটাৰৰ লগত চাহ জনগোষ্ঠীয় লোকৰ যদি আশীৰ্বাদ পৰি যাই তেন্তে কংগ্ৰেছে পুনৰবাৰ ৰাতাবাৰী সমষ্টি দখল কৰিবলৈ সক্ষম হব পাৰিব । ইপিনে বিজেপি প্ৰাৰ্থীৰ শিক্ষাগত যোগ্যতা লৈও প্ৰশ্ন উত্থাপন হৈছে । মোট কথাত ৰাতাবাৰী সমষ্টিৰ উপনিৰ্বানচনত কোন দলে শেষ হাঁহি মাৰিব সেয়া দেখিবলৈ অপেক্ষা কৰিব লাগিব 24 অক্টোবৰ তাৰিখলৈ ।Conclusion:
Last Updated : Oct 3, 2019, 6:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.